জ্যোতিষৰ মতে ১২টা ৰাশিৰ প্ৰকৃতি বেলেগ। প্ৰতিটো ৰাশিত ৯ টা গ্ৰহৰ শাসন আছে, একে গ্ৰহে ৰাশিক প্ৰভাৱিত কৰে। গতিকে প্ৰতিজন ব্যক্তিৰ কৰ্মশৈলী, স্বভাৱ, চৰিত্ৰ আৰু সামৰ্থ্যও বেলেগ বেলেগ। ৰাশিফলত গ্ৰহৰ অৱস্থানে জীৱনৰ অৱস্থা আৰু দিশ সলনি কৰে। যেতিয়া গ্ৰহবোৰ শক্তিশালী আৰু শুভ হয় তেতিয়া জীৱনত বহুত সফলতা লাভ কৰে। প্ৰতিটো
Month: March 2023
মেষ : দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম শেষ কৰাৰ সম্ভাৱনা আছে। চল্লিশোৰ্ধ্বৰ কোনো মহিলাই সহায় কৰিব পাৰে। বৃষ : এনে কোনো ঘটনা, যিয়ে অতীতত সুনাম নষ্ট কৰিছে, তাৰ উৎস অনুসন্ধান কৰা সম্ভৱ হ’ব। মিথুন : কামৰ ক্ষেত্ৰত খৰখেদা কৰা উচিত নহয়। ইয়াৰ ফলত ক্ষতি হ’ব পাৰে। মনোযোগ আৰু সতৰ্কতাৰ সৈতে সকলো কাম
গুৱাহাটী টাইমছৰ বাতৰিৰ প্ৰভাৱ। কেইবাদিন ধৰি বিটিচিৰ চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ নিমাগাঁও বাতাবাৰীৰ মালতী কিস্কু আৰু তেওঁৰ জীয়ৰী প্ৰেমিকা কিস্কুৰ এটা বাতৰি চৰ্চাত আছে। গৃহৰ অভাৱত শৌচালয়তে কানি-কাপোৰ, নথি-পত্ৰ আৰু আন আন লাগতীয়াল সামগ্ৰী ৰাখি দিন কটোৱা এই মাতৃ-জীয়ৰীয়ে অৱশেষত পালে এটা ঘৰ। গুৱাহাটী টাইমছত সৱিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধৰ্মপুৰত দুই নং ৰাজ্যিক ঘাইপথত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। ই-ৰিক্সাত থকা এজন নিহত হোৱাৰ লগতে ৮ জন যাত্ৰী আঘাতপ্ৰাপ্ত। আঘাতপ্ৰাপ্ত দুজনৰ অৱস্থা সংকটজনক। আজি দুপৰীয়াৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। অভয়াপুৰীৰ পৰা লেংটিচিঙা অভিমুখী আছিল নম্বৰপ্লেট বিহীন ই-ৰিক্সা খন।
মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাৰ প্ৰতিক্ৰিয়া