পুনৰ ওলাব চাকৰি। অতি শীঘ্ৰই ৪০ হেজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি মঙলবাৰে বিধানসভাত ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা তেওঁ কয় যে, এতিয়ালৈকে ৪১ হেজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে চৰকাৰে। পুনৰ আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। অহা ১০ ৰ পৰা ২০ মেৰ
Month: March 2023
‘প্রযোজকে বঁটাটোৰ বাবে নাহিদ আফ্ৰিনৰ নাম দিছিল ‘ বঁটা বিতৰ্কৰ অৱসান ঘটাই ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ! প্ৰযোজক-পৰিচালকে নাহিদৰ নাম নমিনেচন কৰিছে, জুৰীয়ে নাহিদকেই নিৰ্বাচন কৰিছে৷ হয়তো গানৰ কলিটো উল্লেখ কৰোতে অলপ ইফাল-সিফাল হৈছে৷ কিন্তু বঁটা নাহিদেই লাভ কৰিছে৷ সদৰী কৰিলে সাংস্কৃতিক মন্ত্ৰীয়ে৷
নাহিদ আফ্ৰিনক বঁটা ঘূৰাই দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। ‘নাহিদ আফ্ৰিনক বঁটা প্ৰদান কৰা ঘটনাত চৰকাৰ আৰু জুৰীৰ ভুল নাই।’
যি সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমক দেশৰ ৫ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰূপে গঢ়ি তোলাৰ সংকল্প লৈছে সেই সময়ত অবাঞ্ছিত অভিলেখ গঢ়িছে অসমে৷ মাতৃ মৃত্যু হাৰৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত প্ৰথম স্থান ‘দখল’ কৰিছে৷ তদুপৰি দেশৰ ৫খন আটাইতকৈ দুখীয়া ৰাজ্যৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিছে অসমে৷ সোমবাৰে অসম
“দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যবোৰহে। দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰেলা ৰাজ্য।” আজি বিধানসভাৰ চৌহদত অসমে ঋণ লোৱা প্ৰসংগত সোচ্ছাৰ হোৱা বিধায়ক অখিল গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। বিধায়ক অখিল গগৈক উভতি