Month: March 2023

অহা ৪ দিনত এই ৪ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত হ’ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন…

অহা ৪ দিনত এই ৪ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত হ’ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন…

১৮ মাৰ্চত শনি দেৱে নিজৰ ৰাশিত শক্তিশালীভাৱে গমন কৰিবলৈ ওলাইছে। সকলো ৰাশিৰ ওপৰত ইহঁতৰ প্ৰভাৱ দেখা যায়। কিন্তু এই সময়ছোৱাত ৪ ৰাশিৰ জাতক-জাতিকাৰ বাবে লাভ আৰু উন্নতিৰ সম্ভাৱনা আছে। এই ৰাশি সমূহ কি জানো আহক… জ্যোতিষৰ মতে সময়ে সময়ে ৰাশিৰ পৰিৱৰ্তন কৰি গ্ৰহবোৰ দুৰ্বল বা শক্তিশালী হৈ পৰে। কিছুমান ৰাশিত ইহঁতৰ

বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৫ জন

বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৫ জন

বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা। বোকাজানৰ খটখটিত যাত্ৰীবাহী বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ। ডিমাপুৰৰ পৰা আহি থকা বতাহী নামৰ যাত্ৰীবাহী চুপাৰখনে খুন্দা মাৰে এম্বুলেন্সখনত । ঘটনাস্থলীত ৫ জন লোক গুৰুতৰভাৱে আহত আৰু বহুকেইজন যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। গুৰুতৰভাৱে আহত হোৱা ৫ জন লোকক বোকাজানৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।

নগাঁৱৰ ৰাজপথত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু আৰু সেৱাৰ অধক্ষ্য ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে।   লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাক মানসিক যন্ত্ৰনা দিয়াৰ কোনো নৈতিক অধিকাৰ ছেবাৰ নাই। মুখ্যমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰক। এখন প্ৰশ্নকাকতক সুৰক্ষা দিব নোৱাৰা ৰাজ্যৰ ব্যৰ্থ শিক্ষামন্ত্ৰী ৰনোজ পেগু

শীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ: মন্ত্ৰী অশোক সিংহল

শীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ: মন্ত্ৰী অশোক সিংহল

ৰাজ্যৰ পোৰসভা সমূহৰ পৌৰ কৰ অত্যাধিক বৃদ্ধি কৰণৰ পাছতে কৰদাতা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷মঙলদৈ সহ ৰাজ্যৰ কেতবোৰ পৌৰ এলেকাৰ ৰাইজে অত্যাধিক পৌৰ কৰৰ সিদ্ধান্ত বাতিল নকৰিলে কৰ দিয়াৰ পৰাৰ বিৰত থকাৰ পাছতে থৰকাছুটি হেৰাইছে নগৰ উন্নয়ন বিভাগে ৷ নগাঁও সহ আন কেইবাখনো পৌৰসভাই আনকি বৈঠক অনুষ্ঠিত কৰি পৌৰ কৰ পূৰ্বতকৈ মাত্ৰ সাত-

নগাঁৱৰ বেঙেনাআটি বুজন পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ সহ দুই যুৱকক আটক ।

নগাঁৱৰ বেঙেনাআটি বুজন পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ সহ দুই যুৱকক আটক ।

নগাঁও চহৰৰ সমীপবৰ্তী অঞ্চল বেঙেনাআটিত নিশা গাওঁৰক্ষী বাহিনীয়ে ড্ৰাগছ সহ আটক কৰে যুৱক দুজনক । ড্ৰাগছ ব্যৱসায়ী যুৱক দুজন হ’ল জামাদুল ইছলাম আৰু আনোৱাৰ হুচেইন উৰফে আবুল । এই দুই যুৱকে নিসিদ্ধ ড্ৰাগছখিনি আমিনপট্টিৰ ড্ৰাগছৰ ঘাটিৰ পৰা ক্ৰয় কৰি বেঙেনাআটিত বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই বেঙেনাআটি গাওঁৰক্ষী বাহিনীয়ে তালাচি চলাই ড্ৰাগছ