Month: April 2023

নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

#নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। #অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ #নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱৰ বাবা চাউদাঙৰ বাসগৃহত এই বিধ্বংসী অগ্নিকাণ্ড #এই বিধ্বংসী অগ্নিকাণ্ডত ছাগলী,হাঁহ কুকুৰা লগতে বৃহৎ পৰিমাণৰ সা-সম্পত্তি জাহ যায়। #অগ্নিকাণ্ডৰ সূত্ৰপাত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। #অগ্নিকাণ্ড সংঘটিত হোৱা সময়ছোৱাত বাবা চাউদাংৰ ঘৰৰ সকলো

টীয়কত ২৩৬ খন মুখ্যমন্ত্ৰীৰ সাহাৰ্য চেক বিতৰণ l

টীয়কত ২৩৬ খন মুখ্যমন্ত্ৰীৰ সাহাৰ্য চেক বিতৰণ l

টীয়কৰ প্ৰতিবেদক ৫ এপ্রিল/২৩ টীয়ক সমষ্টিৰ অন্তৰ্গত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠানটি কালি টীয়ক নগৰৰ মাজমজিয়াৰ মা বিবাহ ভৱনত অনুষ্ঠিত হয়।টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ নেতৃত্বত আয়োজিত এই সভাত বিজেপিৰ চিপাহীখোলা মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰ,কলিয়াপানী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা,অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য পৰেশ বৰা,জিলা

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

  নিউজ ব্যুৰ’:–নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়াত দেওবাৰৰে পৰা তেৰদিনীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতি আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আৰম্ভ কৰা হৈছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা ৷ দেওবাৰে বিয়লি কৰ্মশালাখনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা