নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থ উপস্থিতি ধৰা পৰিছে। নগাঁও কলেজ (অটনমাছ)ৰ প্ৰাণী বিজ্ঞান বিভাগে বজ্ঞানত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থৰ উপস্থিতিৰ তথ্য পোহৰলৈ আনিছে। মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ এটা দলে অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰোতে এই উচ্চাজনক তথ্য পোহৰলৈ আহে। প্রাণী বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে ড° ললিত
Month: April 2023
হিন্দী ধাৰাবাহিকত নিজৰ ব্যতিক্ৰমী অভিনয়ৰ জৰিয়তে দপদপাই থকা অসম জীয়ৰী সুৰভি দাসলৈ বিশেষ সন্মান ৷ মনোৰঞ্জনধৰ্মী চেনেল ‘কাৰ্লাচ টিভিত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক’নিমা ডেনজংপা’ৰ বাবে ‘ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ’ এৱাৰ্ড লাভ কৰিলে সুৰভিয়ে ৷
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–আহোম ৰাজত্ব কালৰ এখনি ঐতিহ্যমণ্ডিত গাঁও হিচাপে সৰ্বজন পৰিচিত নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ পূব প্ৰান্তত অৱস্থিত ভোটাইগাঁৱৰ ৰাজহুৱা নামঘৰ ভাগে ইতিমধ্যে এশটা বছৰ অতিক্ৰম কৰিছে । ১৯১৪ চনতে স্থাপিত ভোটাইগাঁও ৰাজহুৱা নামঘৰটিৰ শতবৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষত স্থানীয় ৰাইজে বছৰজোৰা কাৰ্যসূচীৰ শতবর্ষ অনুষ্ঠানটি অনুষ্ঠিত কৰি অহাৰ অন্তত অহা
Indian Women’s Roll Ball Team bagged the bronze medal(2nd runner-up) at the 6th Roll Ball World Cup held at Balwadi Stadium in Pune from April 21 to 26. Indian women’s team beat the countries Poland, Latvia, Siriya, Leoni, and Argentina in the World Cup. The team lost against Eqypt 4-3
গুৱাহাটী-মানকাচৰ নৈশ বাছত সুৰক্ষিত নহয় মহিলা যাত্ৰী। নৈশ বাছত যুৱতীৰ শৰীৰত স্পৰ্শ কৰিলে ৬৫ বছৰীয়া লম্পট যাত্ৰীয়ে। ধেমাজী জিলাৰ টেট শিক্ষয়িত্ৰী গৰাকী মানকাচৰত কৰ্মৰত। ছুটি সমাপ্তৰ পাছত ঘৰৰ পৰা মানকাচৰলৈ নৈশ বাছত আহি আছিল শিক্ষয়িত্ৰী গৰাকী। গুৱাহাটীৰ পৰা AS34 C0488 নম্বৰৰ আজুৱা নামৰ নৈশ বাছযোগে আহি আছিল যুৱতী গৰাকী। নিশা