এখন গাঁৱত এজনী ছোৱালী আছিল।তাই দেখিবলৈ বহুত ধুনীয়া আছিল। এদিন সেই গাওঁখনেদি এজন ৰজা পাৰ হৈ গৈ আছিল আৰু ৰজাজনে সেই ছোৱালীজনীক দেখিলে । ৰজাজন নতুন ৰজা আছিল। অৰ্থাৎ তেওঁ বয়স কম আছিল আৰু নতুনকৈ ৰজা হৈছিল। সেই কাৰণে তেওঁ নগৰৰ ভ্ৰমণ কৰিম বুলি উলাই গৈছিল আৰু সেই ধুনীয়া ছোৱালীজনী
Month: April 2023
যদি আপুনি ভাল কাম লৈ ঘৰৰ বাহিৰলৈ গৈ আছে আৰু যদি অমংগল ঘটে তেতিয়া কি কৰিব লাগে জানোঁ আহক । কেতিয়াবা আমাৰ চাৰিওফালৰ ঘটনাবোৰেও মংগল-অমংগলৰ সংকেতৰ বাৰ্তা প্ৰদান কৰে। কেতিয়াবা সেইবোৰৰ অৱহেলাই জীৱনত অত্যধিক বেয়া প্ৰভাৱ পেলাব পাৰে। প্ৰাচীন কালত, মানুহে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা শুভ-অশুভ লক্ষণৰ বিবেচনা কৰিছিল।
প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক’ব উলাইছোঁ ল’ৰাবোৰে কেনেকুৱা ছোৱালী ভাল পায় বা কেনেকুৱা ছোৱালীৰ কাৰণে ল’ৰাবোৰ পাগলৰ দৰে হৈ পৰে। আপোনালোকে যদি ভাবে ল’ৰাবোৰে আপোনালোকক কিয় গুৰুত্ব নিদিয়ে , আপোনালোক দেখিবলৈ ভাল নহয় নেকি তেতিয়া আজি আমি আপোনালোকক এই বিষয়ে কম যে ল’ৰাবোৰে কেনেকুৱা ধৰণৰ ছোৱালী ভাল পায়। আমি
আমি সৰুৰে পৰা বিভিন্ন সাঁথৰ বা প্ৰহেলিকা সমাধান কৰি আহিছোঁ বা শুনি আহিছোঁ। মূলতঃ আমি প্ৰায়ে কিছুমান প্ৰশ্ন শুনিবলৈ পাওঁ যিবোৰৰ উত্তৰ দিবলৈ সকলোৱে স্তম্ভিত হৈ পৰে। আনকি, বৰ্তমান সময়ত সেই প্ৰশ্নবোৰৰ উত্তৰ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সাক্ষাৎকাৰত প্ৰাৰ্থীসকলকো সোধা হয়। মূলতঃ সেই প্ৰশ্নবোৰৰ জৰিয়তে প্ৰাৰ্থীসকলৰ জ্ঞান আৰু আইকিউ
ভাৰতৰ অন্যতম ধনী ব্যক্তি তথা প্ৰবীণ উদ্যোগপতি ৰতন টাটাক চিনি নোপোৱা হয়টো কোনো নোলাব। দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ তালিকাত তেওঁৰ নাম একেবাৰে শীৰ্ষত আছে। ইয়াৰ উপৰিও তেওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে টাটা গ্ৰুপলৈ বিশ্বজুৰি স্বীকৃতি কঢ়িয়াই আনিছে। সৰ্বোপৰি তেওঁৰ সহজ-সৰল, অনাড়ম্বৰ জীৱনশৈলীয়ে সকলোকে আচৰিত কৰি তুলিছিল। আৰু সেইবাবেই তেওঁৰ