কৰ্ণাটকৰ হৈ ফুটবল খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ সু-সন্তান সত্যজিৎ বৰদলৈয়ে চাৰণপাৰ ঔজাৰীস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগে-লগে বিভিন্ন দল সংগঠনে জনালে উষ্ম আদৰণি। চৌদি আৰৱত অনুষ্ঠিত হোৱা Santosh Trophyৰ টুৰ্ণামেন্টত কৰ্ণাটকৰ হৈ গল কিপাৰ খেলিছিল মৰিগাঁও ঔজাৰীৰ ২৭ বছৰীয়া যুৱক সত্যজিৎ বৰদলৈয়ে । ফাইনেল খেলত মেঘালয়ক
Month: April 2023
টীয়কৰ প্ৰতিবেদক ১০ এপ্রিল/২৩ গুৱাহাটীত অনুষ্ঠিত ৪৪ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰৰ ১৮ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ হৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে টীয়ক জ্ঞানপীঠ একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্র তথা টীয়কৰ চিৰাম মিচিং গাঁৱৰ সন্দীপ টায়ে।উদিয়মান খেলুৱৈ সন্দীপৰ এই সফলতাত
টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা উপস্থিত হৈ টীয়কৰ এজাক কন কন বহুৱা বিহুৱতীৰ সৈতে মাৰিলে বিহু। হয় সন্মিলিত যুৱ সংঘ টীয়কৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত চলি থকা বিহু কৰ্মশালাৰ দেওবাৰে আয়োজিত সামৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দীপলীনা ডেকা উপস্থিত হৈ কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলৰ লগত বহাগ বিহুৰ এই প্ৰাক ক্ষণত ককাল ঘুৰাই
নিউজ ব্যুৰ’,নগাঁও,১০এপ্ৰিল:–বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ,ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ সোমবাৰে ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰে । এই উপলক্ষে নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই বিদ্যালয়ৰ প্ৰাত:সভা তেখেতৰ নামত উচৰ্গা কৰে । বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী দীক্ষিতা বৰাই আঁত
The Femina Miss India 2023 state winners camping in Manipur’s Imphal for the grand finale event, visited Kangla Fort in Imphal and held a video shoot on Sunday (April 9). The shoot covered prime attractions of the fort such as the temple, fort ruins and the iconic twin dragon lion