Month: June 2023

বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

মানৱ সমাজক লজ্জানত কৰা ঘটনা। “বিধৱা” হোৱাৰ বাবেই মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী। ১১ঘণ্টা চোতালতেই পৰি ৰ’ল মৃতদেহ। অৱশেষত তিনি কণমানি কন্যাই দাঙি নি সৎকাৰ কৰিলে মাকৰ মৃতদেহ।

জাগুনৰ নামফাই নৈত অঘটন; ৰীলছ বনাব গৈ মৃত্যু ছাত্ৰৰ

জাগুনৰ নামফাই নৈত অঘটন; ৰীলছ বনাব গৈ মৃত্যু ছাত্ৰৰ

▶জাগুনৰ নামফাই নৈত অঘটন▶নৈৰ বুকুত ৰীলছ বনাবলৈ গৈ মৃত্যু এজন ছাত্ৰৰ▶জাগুনৰ পাটকাই জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ নাম লিলো ভুজেল▶ঘৰ জাগুনৰ ৩নং উদাইপুৰত▶ঘটনাস্থলীত জাগুন আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনক

গুৱাহাটীৰ পাণবজাৰ ফেৰীঘাটত অঘটন;  ব্ৰহ্মপুত্ৰত নামি সন্ধানহীন কিশোৰ !

গুৱাহাটীৰ পাণবজাৰ ফেৰীঘাটত অঘটন; ব্ৰহ্মপুত্ৰত নামি সন্ধানহীন কিশোৰ !

🔴 গুৱাহাটীৰ পাণবজাৰ ফেৰীঘাটত অঘটন🔴 মুখ ধুবলৈ ব্ৰহ্মপুত্ৰত নামি সন্ধানহীন কিশোৰ চাইকেলিষ্ট🔴 সন্ধানহীন কিশোৰজনৰ নাম আয়ুস চৌধুৰী, ঘৰ মহানগৰীৰ হাতীগাঁও চাৰিআলিত🔴 আজাৰাৰ পৰা কিশোৰজনে ঘূৰি অহাৰ পথতে সংঘটিত হয় এই ঘটনা🔴 কিশোৰজনক বিচাৰি অভিযান অব্যাহত ৰখা হৈছে

সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি

সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি

🔴সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি🔴সকলো বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ নিৰ্দেশ🔴প্ৰাথমিক বিদ্যালয়ত ১২ বজালৈ, মাধ্যমিক বিদ্যালয়ত ১২.৩০ বজালৈ হ’ব পাঠদান🔴হাইস্কুলসমূহত দিনৰ ১ বজালৈ পাঠদানৰ নিৰ্দেশ প্ৰশাসনৰ