🔹 এইবাৰ মৰিগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল🔹 ১৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল নৱজ্যোতি নাথ
Month: June 2023
গ্ৰীষ্মকালত আম প্ৰচুৰ পৰিমাণে পোৱা যায়। চাৰিআলিৰ বজাৰৰ পৰা ফুটপাথৰ দোকানলৈকে আম বিক্ৰী হয়। গ্ৰীষ্মকালত আম খালে বহু উপকাৰ পোৱা যায়। ফছফৰাছ, খাদ্য আঁহ, প্ৰটিন, পটাছিয়াম, জিংক, কাৰ্বহাইড্ৰেট, কেলচিয়াম, আইৰণ, শক্তি, জিংক আদি বহুতো পুষ্টি আমত পোৱা যায়। আমে ইমিউনিটি বুষ্টাৰ হিচাপেও কাম কৰে। আম খাবলৈ যিমানেই সোৱাদযুক্ত হয় সিমানেই
জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰণ প্ৰতিটো গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ কিছুমান শুভ আৰু কিছুমান অশুভ দিশ আছে। প্ৰতীকী প্ৰতিচ্ছবি। জ্যোতিষৰ মতে মংগল গ্ৰহৰ এটা বিশেষ স্থান আছে। অহা ১ জুলাইত মংগল গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। প্ৰতীকী প্ৰতিচ্ছবি। মংগল গ্ৰহক
ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। এইবাৰ মহানগৰীত আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি দুখনকৈ বাহন। নুনমাটী আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি দুখন বাহন। দুয়োখন বাহনত আনিছিল ৫ টাকৈ গৰু। জানিব পৰা মতে গৰু কেইটা জাগীৰোডৰ পৰা নুনমাটিলৈ সৰবৰাহ কৰা হৈছিল। নুনমাটী আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে- AS25 EC2547,
অৱশেষত ভক্তৰ বাবে মুকলি হ’ল মা কামাখ্যাৰ দুৱাৰ। অম্বুবাচী উপলক্ষে ২৩ জুনৰ পুৱতি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আছিল প্ৰবৃত্তি। সেই উপলক্ষে বন্ধ হৈছিল হৈছিল মা কামাখ্যাৰ দুৱাৰ। আৰু আজি মা কামাখ্যাৰ মহা নিবৃত্তি। সেই উপলক্ষে পুৱা ৫ বজাতেই ভক্তৰ বাবে মুকলি হ’ল দুৱাৰ। মহা অম্বুবাচী উপলক্ষে নীলাচল