Month: July 2023

বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত সুৰাৰ বিৰুদ্ধে সজাগতা সভা…

বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত সুৰাৰ বিৰুদ্ধে সজাগতা সভা…

আজি বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত নাৰী নিযাতন সুৰাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। গাওঁবাসীৰ উদ্যোগত বিশ্বনাথ জিলা ৱাৰিৱৰ্চৰ সহযোগত সুৰাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিগত এমাহৰ ভিতৰত সেই অঞ্চলত সুৰখ প্ৰাণ কৰাৰ পৰিপ্ৰেক্ষিতত ২টা হত্যা কাণ্ড সংঘটিত হৈছিল ্দুখীয়ে শাস্ত্ৰী পাইছে। যাৰ বাবে আজি গাওঁবাসীয়ে এই

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

  নিউজ ব্যুৰ’,নগাঁও,৯জুলাই:–নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি কালি উদযাপন কৰা হয় ।উৰিয়াগাঁৱৰ প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয় প্ৰাংগণত আয়োজিত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ বনিয়াই বন্তি প্ৰজ্বলনেৰে আৰু প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কার্যসূচীৰ শুভাৰম্ভ কৰে।ইয়াৰ

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

টীয়কৰ প্ৰতিবেদক ৯ জুলাই /২৩ টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন। জানিব পৰা মতে বৈদ্যুতিক শ্বৰ্ত চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাও দাও কৈ জ্বলিল বিলাসী বাহনখন। ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনত ঘটনাৰ সময়ত কোনো আৰোহী নাছিল বুলি ভোগদৈ আৰক্ষীয়ে জানিবলৈ দিছে

৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন

৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন

নাজিৰাৰ এম চি ক্লাবৰ প্ৰেক্ষাগৃহত ৭, ৮, আৰু ৯তাৰিখে ৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন কৰে। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰিছেহি কেইবাশ প্ৰতিযোগীয়ে। JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 প্ৰতিযোগিতাখনত খেল সমূহ কাটা আৰু কুমিটি এই দুটা বিভাগত অনুষ্ঠিত হৈছে আৰু

গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

    গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লকত কালি বিয়লি ভূমি বিবাদক কেন্দ্ৰ এজন লোকক দলবদ্ধ ভাবে আক্ৰমন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷শিমুল টাপু আৰক্ষী চকীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ নিবাসী নৰেন সৰকাৰ আৰু ইদৰিছ আলী সেখৰ পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ কিছুদিনৰ পৰা মতানৈক্য চলি