কাছাৰত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ…

1 min read

🔴কাছাৰত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ
🔴ধৃত উগ্ৰপন্থী কেডাৰজন হেনলেনমাং লৌভুম
🔴কেডাৰজনৰ পৰা পইণ্ট 32 পিষ্টলসহ ৫ জাঁই সক্ৰিয় গুলী জব্দ
🔴ইউনাইটেড ট্ৰাইবেল লিবাৰেশ্যন আৰ্মীৰ কেডাৰ লৌভুম
🔴অসম ৰাইফলছ-জিৰিঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কেডাৰজনক

You May Also Like

More From Author