ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী যুৱতীক। শুকুৰবাৰে পুৱা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ধূপগুৰি কলনিবস্তিত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যুৱতীগৰাকী ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। যুৱতীগৰাকীৰ দেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট হৈ আছে। ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত
Month: November 2023
মহানগৰীৰ নুনমাটিৰ বি জি তিনিআলিত চুৰিকাণ্ড। এজন লোকৰ পৰা ২ চোৰে থপিয়াই নিলে ম’বাইল ফোন। অৱশ্যে আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক। ধৃত চোৰ দুটা বিমল শ্বাহা আৰু সঞ্জীৱ দাস।
বাসগৃহত প্ৰৱেশ কৰি এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ব্যৱসায়ীৰ ঘৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি তেওঁৰ পত্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে শৰীৰত চিগাৰেটৰে পুৰি দিয়ে। উত্তৰ প্ৰদেশৰ বিজনোৰত মঙলবাৰে সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তসকলে ঘৰটোত লুটপাটো চলায়। প্ৰায় ২ কিলো ৰূপ, সোণ আৰু ১.৫ লাখ টকা দুৰ্বৃত্তই লুটি
জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে।নামৰ প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি।নামৰ পৰাই এগৰাকী যুৱতীৰ জীৱনসংগীৰ কেনে হ’ব সেয়া আগতীয়াকৈ জানিব পাৰি। হয়, বিয়াৰ পিছত কোন যুৱতীয়ে স্বামীৰ মৰম-যতন লাভ কৰি সুখৰে সংসাৰ
দুজন লোক একেলগে থাকিলেও তেওঁলোকৰ দৃষ্টিভংগীও যে একেই হ’ব লাগিব তেনে কোনো কথা নাই।এনে বহু দম্পতি আছে যি একেলগে থাকিব পাৰে, কিন্তু দুয়োৰে চিন্তাৰ ধৰণ বহুত বেলেগ।যাৰ বাবে তেওঁলোক দুয়োজনে এটা সিদ্ধান্তত উপনীত হ’বলৈ যথেষ্ট সময় লাগে। যদি আপোনাকো আপোনাৰ সংগীৰ সিদ্ধান্তই আঘাত কৰে, তেনেহ’লে তেওঁৰ সৈতে কাজিয়া কৰি সম্পৰ্কটো