Month: November 2023

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই। সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সমাজবিজ্ঞানৰ পৰীক্ষা। ২৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।