Year: 2023

ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ বাকৰিত আৰম্ভ হোৱা মেলা খনত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা সকলে অংশগ্ৰহণ কৰিছে । মেলাখন শুভ উদ্বোধন কৰে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মণে । অসম

বিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

বিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

  নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নাজিৰাত বাহিৰ কৰা হাত ছে হাত জোড়ো যাত্ৰা আৰু জয় ভাৰত সত্যাগ্ৰহ , পথসভাত অংশ লৈ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই

কৰ্ণাটক ফুটবল দলৰ হৈ সন্তোষ ট্ৰফী খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ যুৱক সত্যজিৎ বৰদলৈ উপস্থিত হ’ল স্ব-গৃহত ।

কৰ্ণাটক ফুটবল দলৰ হৈ সন্তোষ ট্ৰফী খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ যুৱক সত্যজিৎ বৰদলৈ উপস্থিত হ’ল স্ব-গৃহত ।

কৰ্ণাটকৰ হৈ ফুটবল খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ সু-সন্তান সত্যজিৎ বৰদলৈয়ে চাৰণপাৰ ঔজাৰীস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগে-লগে বিভিন্ন দল সংগঠনে জনালে উষ্ম আদৰণি। চৌদি আৰৱত অনুষ্ঠিত

ৰাজ্যিক এথলেটিকত সোণৰ পদকেৰে জিলিকা টীয়ক জ্ঞানপীঠ একাডেমীৰ ছাত্র সন্দীপক ৰাজহুৱা সম্বৰ্ধনা l

ৰাজ্যিক এথলেটিকত সোণৰ পদকেৰে জিলিকা টীয়ক জ্ঞানপীঠ একাডেমীৰ ছাত্র সন্দীপক ৰাজহুৱা সম্বৰ্ধনা l

  টীয়কৰ প্ৰতিবেদক ১০ এপ্রিল/২৩ গুৱাহাটীত অনুষ্ঠিত ৪৪ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰৰ ১৮ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ হৈ সোণৰ পদক অৰ্জন

টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা!

টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা!

টীয়কত কন্ঠশিল্পী দীপলীনা ডেকা উপস্থিত হৈ টীয়কৰ এজাক কন কন বহুৱা বিহুৱতীৰ সৈতে মাৰিলে বিহু। হয় সন্মিলিত যুৱ সংঘ টীয়কৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত চলি থকা বিহু কৰ্মশালাৰ দেওবাৰে আয়োজিত