Year: 2023

ৰাজ্যৰ ১৪ জিলাৰ ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক-ফ্ল’ৰাইড…

ৰাজ্যৰ ১৪ জিলাৰ ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক-ফ্ল’ৰাইড…

কৰ্কট ৰোগকে ধৰি মানৱ দেহত ভালেমান জটিল ৰোগৰ সৃষ্টি কৰিব পৰা মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইডযুক্ত ভূ-গর্ভস্থ পানীয়ে অসমতো বিপদ ঘণ্টা বজাইছে। জল জীৱন মিছনৰ অধীনত খোৱাপানী যোগান আঁচনি স্থাপন কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰিলেও ৰাজ্যৰ অধিকাংশ স্থানতে আজিও বিকল হৈ থকা পানী যোগান আঁচনিসমূহ বগা হাতীত পৰিণত

ক্ষেত্রীত ভয়ংকৰ দুৰ্ঘটনা : তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত এজন

ক্ষেত্রীত ভয়ংকৰ দুৰ্ঘটনা : তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত এজন

বুধবাৰে নিশা ক্ষেত্রীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত হয় এজন লোক। নিহত লোকজন ক্ষেত্রীৰ চখুৰাৰ লালুৱা কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে, ৰাজপথ পাৰ হ’বলৈ লওঁতেই তীব্রবেগী ইন’ভা বাহনখনে খুন্দিয়াই থৈ যায় লালুৱা কৰ্মকাৰক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে।

বৃহস্পতিবাৰে পুৱাই মহানগৰীত ভূমিকম্প..

বৃহস্পতিবাৰে পুৱাই মহানগৰীত ভূমিকম্প..

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা গুৱাহাটীত ৩.৫ ৰিখটাৰ প্ৰাৱল্যৰ এক ভূমিকম্প অনুভূত হয়। এনচিএছৰ পৰা পোৱা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ৫:৪২ বজাত অঞ্চলটোত কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা অতি কম হোৱাৰ বাবে কোনো ক্ষয় ক্ষতি হোৱা নাই। এনচিএছৰ ৰিপৰ্ট অনুসৰি, এই ভূমিকম্পটোৰ অধিকেন্দ্ৰ গুৱাহাটীৰ উত্তৰ-পূব দিশৰ পৰা

ৰাশিফল: কেনেকুৱা যাব আজি আপোনাৰ দিনটো?

ৰাশিফল: কেনেকুৱা যাব আজি আপোনাৰ দিনটো?

মেষ ৰাশি খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। আজি ওচৰ চুবুৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা

আপোনাৰ ছালখন কিদৰে পৰিস্কাৰ কৰিব?

আপোনাৰ ছালখন কিদৰে পৰিস্কাৰ কৰিব?

আমাৰ ছালৰ যত্ন লোৱাটো নিতান্তই প্ৰয়োজনীয়। আমি সকলোৱে নিজৰ ছালখন সুন্দৰ হৈ থকাটো বিছাৰে। বাহিৰৰ পৰা অহা পাছত ছালখন একেবাৰে লেতেৰা হৈ মলি জমা হৈ থকা দেখা যায়। এই ছালখন কিদৰে ঘৰুৱা উপায়েৰে ছাফা কৰিব পাৰি জানো আহক- ১/ নেমু আৰু চেনিৰ স্ক্রাব- দুচামুচ চেনি, দুচামুচ নেমুৰ ৰস আৰু অলপমান