Year: 2023

৮মাৰ্চত নগাঁও জিলা প্ৰশাসনৰ “স্থানীয় বন্ধ” ঘোষণা

৮মাৰ্চত নগাঁও জিলা প্ৰশাসনৰ “স্থানীয় বন্ধ” ঘোষণা

নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–কাইলৈ ফাল্গু পূৰ্ণিমা । ফাকুৱা উপলক্ষে নগাঁও জিলাৰ ভিন্ন প্ৰান্তত সম্প্ৰতি এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । অহা ৮ মাৰ্চ, বুধবাৰে দৌল যাত্ৰা উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাত

নগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

নগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

থানৰ তোৰণ,কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভ হৈছে ।

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী মহানগৰৰ পৰা পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। যোৱা ৫ মাৰ্চত মহানগৰীৰ ধীৰেণপাৰা অঞ্চলত এজন স্বামীয়ে পত্নীক প্ৰহাৰ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি

গৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

গৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

আৰম্ভ হল বহু প্ৰত্যাশিত মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ৪ মাৰ্চ বৃহস্পতিবাৰে লীগৰ প্ৰথম খন খেলতে গুজৰাট জায়েন্টছৰ বিৰুদ্ধে মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটা অসমৰ জিন্টিমণি কলিতাই শক্তিশালী প্ৰদৰ্শন আগবঢ়াই

চাঞ্চল্যকৰ: শিৱসাগৰত যৌন নিৰ্যাতনৰ বলি ১৯ বছৰীয়া যুৱতী, তদন্তত আৰক্ষীৰ গাফিলতিৰ অভিযোগ

চাঞ্চল্যকৰ: শিৱসাগৰত যৌন নিৰ্যাতনৰ বলি ১৯ বছৰীয়া যুৱতী, তদন্তত আৰক্ষীৰ গাফিলতিৰ অভিযোগ

শিৱসাগৰ: নামতি চাৰিআলিৰ বাবুল আলী নামৰ এগৰাকী ব্যৱসায়ীযে ১৯ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন উঠিছে। শিৱসাগৰৰ নামতিত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকী যৌন আৰু মানসিক নিৰ্যাতনৰ