আপোনাৰ আশা-আকাংক্ষ্যাক লৈ আপুনি স্বাৰ্থপৰ হৈ পৰাটো যৌন সম্পৰ্ক স্থাপনৰ দৃষ্টিৰ পৰা কোনোপধ্যে স্বাস্থ্যকৰ অভ্যাস নহয় । বিচনাত কেতিয়াও, কোনেও নিজৰ জীৱন সংগী অথবা আপোনজনক অস্বস্তিকৰ অৱস্থাত পেলাব নালাগে লগতে নিজৰ সংগীগৰাকীক এনে কিছু দাবী কৰিব নালাগে, যি তেওঁ পূৰণ কৰিব নোৱাৰে। বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে আগবঢ়াইছে এনে সমস্যাৰ পৰামৰ্শ। মৌখিক
Year: 2023
হিন্দু বৰ্ষপঞ্জি অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা প্ৰতি বছৰে বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হয়। হিন্দু সম্প্ৰদায়ত জ্ঞানৰ দেৱী বুলি অভিহিত কৰা হয় দেৱী সৰস্বতীক৷ দক্ষিণাত্যক ইয়াক ‘শ্ৰী পঞ্চমী’ বুলিও অবিহিত কৰা হয়। বহুতো ভক্তই উপবাস পালন কৰে আৰু সন্ধিয়া
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা৷ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত পালন কৰা হৈছে সৰস্বতী পূজা৷ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম তিথিৰ দিনা দেৱী সৰস্বতীক পূজা কৰা হয়৷ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনটো বসন্ত পঞ্চমী হিচাপে পালন কৰা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আজিৰ দিনটোতে পূজা কৰা হয়। শিক্ষাৰ্থীসকলে আজিৰ
ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে ‘কেকটাচ’ আৰু ‘কানীন’ নামৰ দুখন চলচ্চিত্র নির্মাণৰ পাছত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ'(Eyes on the Sunshine) চলচ্চিত্রখনৰ মুক্তিক লৈ বিপাঙত পৰিছে টীম অনুৰ। এই চলচ্চিত্ৰখন ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা
‘পাঠান’ত শ্বাহৰুখ খান, জন আব্ৰাহমৰ লগত অভিনয় কৰাৰ সুযোগ পালে অসমৰ দিগন্ত হাজৰিকাই৷ ছবিখনৰ মুক্তিৰ এদিন পূৰ্বে শ্বাহৰুখ-দীপিকাৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ হ’ল দিগন্তৰ৷ উল্লেখ্য যে বলীউডত এয়া প্ৰথম খোজ নহয় দিগন্তৰ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত মুক্তি লাভ কৰা হৃত্বিক ৰোচনৰ সৈতে মহেঞ্জোদাৰোত অভিনয় কৰাৰ সুযোগ পাইছিল অভিনেতাজনে৷ মহেঞ্জোদাৰোত