Year: 2023

যেন ভগৱান হৈ আহিল মহম্মদ ছামী, আন এক মহানতাৰে পুনৰ লাখ লাখ অনুৰাগীৰ হৃদয় জিনিলে তাৰকা ক্ৰিকেটাৰ ছামীয়ে

যেন ভগৱান হৈ আহিল মহম্মদ ছামী, আন এক মহানতাৰে পুনৰ লাখ লাখ অনুৰাগীৰ হৃদয় জিনিলে তাৰকা ক্ৰিকেটাৰ ছামীয়ে

ক্ৰিকেট খেলপথাৰত বিপক্ষ দলৰ উশাহ বন্ধ কৰি দিয়ে মহম্মদ শ্বামীয়ে। বহু মেচত টিম ইণ্ডিয়াক ৰক্ষা কৰা শ্বামীয়ে এইবাৰ এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে! নৈনিতাল যোৱাৰ পথত টিম ইণ্ডিয়াৰ তাৰকা বলাৰ মহম্মদ শ্বামীৰ গাড়ীৰ সন্মুখত আন এখন গাড়ী দুৰ্ঘটনাত পতিত হয়। নৈনিতালৰ হিল ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা। শ্বামীৰ এই কাৰ্যই

মাজবাটৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী জটিল ৰোগত আক্ৰান্তত; মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গ…

মাজবাটৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী জটিল ৰোগত আক্ৰান্তত; মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গ…

ওদালগুৰি জিলাৰ মাজবাটৰ ষষ্ঠ শ্রেণীৰ ছাত্রী কুহিমা চৌধুৰী জটিল ৰোগত আক্রান্ত। অসমৰ মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গয়। মাজবাটৰ কালিবাৰীৰ নিবাসী বিনয় চৌধুৰীৰ ১০ বছৰীয়া কন্যা কুহিমা চৌধুৰীৰ জটিল ৰোগত আক্ৰান্ত হোৱাত অসহাই হৈ পাৰিছে পৰিয়ালবৰ্গ। মাজবাটৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী বৰ্তমান “WILSON DISEASE” নামৰ ৰোগত আক্ৰান্ত

AJP নেতা দুলু আহমেদৰ পদত্যাগ

AJP নেতা দুলু আহমেদৰ পদত্যাগ

AJP নেতা দুলু আহমেদৰ পদত্যাগ। উপ-সভাপতি পদ ত্যাগ দুলু আহমেদৰ। ধুবুৰী জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰাও পদত্যাগ। দলৰ আন আন দায়িত্বও এৰিলে দুলু আহমেদে। কামৰূপ জিলাত সভাপতিৰ উপস্থিতিক লৈ তৃণমূলত ক্ষোভ। তৃণমূলৰ ক্ষোভৰ বাবে পদত্যাগ কৰা বুলি উল্লেখ পত্ৰত।