প্ৰৱঞ্চনা তথা জালিয়াতিৰ গোচৰত আদালতত হাজিৰ হ’বলৈ বাধ্য হ’ল বলিউদৰ নায়িকা জাৰিন খান। এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীয়ে ধন দিয়াৰ পিছতো বলীউডৰ অভিনেত্ৰী জৰীণ খানে সংস্থাটোৰ কাৰ্যসূচীত উপস্থিত হোৱা নাছিল। ইভেণ্ট মেনেজমেণ্ট কোম্পানীটোৱে জনোৱা মতে, তেওঁলোকৰ কাৰ্যসূচীত উপস্থিত হোৱাৰ কথা দি অভিনেত্ৰী জাৰিন খানে ১২ লাখ টকাৰ আগধন লৈছিল। কিন্তু টকাখিনি
Year: 2023
পুনৰ গুৱাহাটীত চিলনী চোৰৰ তাণ্ডৱ। এইবাৰ চিলনী চোৰৰ ৰূপত যুৱতী৷ স্কুটিত অহা যুৱতীয়ে থপিয়ালে উবেৰ চালকৰ মোবাইল ৷ সাতগাঁৱৰ প্ৰমোদ দাসৰ হাতৰ পৰা থপিয়াই নিলে এটা মোবাইল ফোন। মঙলবাৰে নিশা ভঙাগড় উৰণিয়া সেতুৰ তলত সংঘটিত হৈছে ঘটনাটো ৷ জানিব পৰা মতে নিশা ভাড়াৰ সন্ধানত উৰনীয়া সেতুৰ তলত ৰৈ আছিল চালকজন
৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID আপোনাৰ হাতত মাজত মাত্র ৫টা দিন। সময় থাকোঁতেই পৰীক্ষা কৰক আপোনাৰ UPI ID । কিয়নো হঠাৎ বন্ধ হৈ যাব পাৰে আপোনাৰ পুৰণি UPI ID। ৩১ ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব পাৰে ডিজিটেল লেনদেন। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ হৈ
২০২৪ত এশজন সাংসদে প্রার্থিত্ব হেৰুৱাব শাসক দলৰ, বয়োজ্যেষ্ঠ মন্ত্রী-সাংসদো বঞ্চিত হ’ব, ৫০ শতাংশ ভোট দখলৰ লক্ষ্য মোদীৰ, ৩৫০ আসনত জয়ৰ পৰিকল্পনা… যুৱ প্রজন্মক সন্মুখত লৈ পুনৰ দিল্লী দখলৰ পৰিকল্পনা ৰচিছে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে। সকলো পৰিকল্পনা মতে আগবাঢ়িলে সমাগত লোকসভা নির্বাচনত বিজেপিয়ে প্রার্থিত্বৰ পৰা বঞ্চিত কৰিব পাৰে বৰ্তমানৰ কমেও এশজন সাংসদক। বিগত দুদিন ধৰি অনুষ্ঠিত দলৰ
পুনৰ গুৱাহাটীত গুলীচালনাৰ ঘটনা। মহানগৰীৰ সোণাইঘুলীত সংঘটিত হৈছে এই ঘটনা। এটা ধৰ্ষণকাণ্ডক লৈ এই ঘটনা হোৱাৰ সন্দেহ। কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ। গুলীচালনাৰ ফলত এজন লোকৰ হেলমেটত গুলী লগাৰ খবৰ। এটা ঘৰৰ ভিতৰত সোমাই আছে কুণাল ৰয় নামৰ যুৱকজন। ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী। ঘটনাক