অসমীয়াৰ হেঁপাহৰ চাদৰ মেখেলা গাত মেৰিয়াই এইবাৰ ভক্তক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে দেৱী দুৰ্গা৷ চৌপাশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উখলমাখল পৰিৱেশ৷ মহালয়া, নৱৰাত্ৰিৰ পাছত এতিয়া দেৱী দুৰ্গাৰ ষষ্ঠীপূজাত প্ৰাণ প্ৰতিষ্ঠাৰে মৰ্ত্ত্যৰ পূজা অৰ্চনাৰ বাবে সাজু হৈছে সকলো ভক্তগণ৷ পূজা মণ্ডপত চালে চকুৰোৱাকৈ স্থাপন কৰা হৈছে দেৱীপ্ৰতিমা৷ মা দুৰ্গাৰ লগত মৰ্ত্ত্যত
Year: 2023
চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘৰ্ষত ৰে’ললাইনত বাগৰি পৰে দুয়োখন ট্ৰাক ফলত ডিব্ৰুগড়লৈ অহা সকলো ৰে’ল বন্ধ হৈ পৰিছে ট্ৰাক দুখন উদ্ধাৰৰ বাবে অভিযানত নামিছে ৰে’ল আৰক্ষীৰ দল গুৰুতৰভাৱে আহত আশ্ৰফ আলী নামৰ এজন চালক
আইচিচি বিশ্বকাপ ২০২৩ৰ ২১তম খেলখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি অনুষ্ঠিত হ’ব। দেওবাৰে বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ দুয়োটা দলে নিজৰ পঞ্চমটো জয় লাভৰ বাবে ইতিমধ্যে সাজু হৈছে। এই খেলখন হিমাচল প্ৰদেশৰ ধৰমশালাত খেলা হ’ব। ভাৰতে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিছে। দলটোৱে একেৰাহে ৪ খন মেচত জয় লাভ কৰিছে। এতিয়া টীম ইণ্ডিয়াই বিশ্বকাপৰ পইণ্ট
দেশত এজনৰ পাছত আন এজনকৈ নলা, নৰ্দমা পৰিস্কাৰ কৰা, মেনহল পৰিস্কাৰ কৰা শ্ৰমিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিৰ ওপৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। সেই অনুসৰিয়েই কেন্দ্ৰীয় চৰকাৰক এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে শীৰ্য ন্যায়ালয়ে। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দুজনীয়া বেঞ্চে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি কৈছে, নলা, নৰ্দমা
ভাৰত এখন অতি ধৰ্মীয় দেশ। বিশ্বাস অনুসৰি, ৩ কোটিতকৈও অধিক দেৱ-দেৱীক ভাৰতীয়সকলে পূজা-অৰ্চনা কৰে। সকলো ভাৰতীয়ই ঈশ্বৰ ওপৰত ভৰষা কৰিয়েই দিনটো আৰম্ভ কৰে। কিন্তু ভাৰতত এনে দুটা অদ্ভুত মন্দিৰ আছে, য’ত কৰা হয় বাহনৰ পূজা।হয়, আজি এই মন্দিৰৰ বিষয়ে জানো আহক- বুলেট বাবা, যোধপুৰ এই মন্দিৰৰ নাম শুনিয়েই মন্দিৰটো যে