Year: 2023

মুকালমুৱাৰ বৰুৱাপুতাত ভয়ংকৰ পথ দুৰ্ঘটনা

মুকালমুৱাৰ বৰুৱাপুতাত ভয়ংকৰ পথ দুৰ্ঘটনা

■মুকালমুৱাৰ বৰুৱাপুতাত ভয়ংকৰ পথ দুৰ্ঘটনা। ■দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক । গুৰুতৰভাৱে আহত চাৰিজন। ■মুকালমুৱাৰ বৰুৱাপুতাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ■হাজো দৌলাশাল পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত হয় আৰু চাৰিজন গুৰুতৰভাৱে আহত হয়। ■ৰৈ থকা যাত্ৰীবাহী টেম্পুত দ্ৰুত বেগী ডিৱাই গাড়ী এখনে পিছফালৰ পৰা খুন্দিয়াই

মুকালমুৱাৰ কাপলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা

মুকালমুৱাৰ কাপলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা

■মুকালমুৱাৰ কাপলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ■হাজো দৌলাশাল পথৰ কাপলাবড়ীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় আৰু এজন গুৰুতৰভাৱে আহত হয়। ■এখন ই-ৰিস্কা আৰু এখন চাৰিচকীয়া এল্ট বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ■দুৰ্ঘটনাটোত থিতাতে নিহত হয় ই ৰিস্কাখনৰ যাত্ৰী মমতাজ আলী আৰু আহত

এইবাৰ হাত দাঙিলে সৰুপেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলী

এইবাৰ হাত দাঙিলে সৰুপেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলী

দৰমহাৰ টকাৰে নভৰে পেট, পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কাৰ্যালয়টোৰ কনিষ্ঠ সহায়ক চৌকত আলীক ৪০০০ টকা উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ৷

১০ টা নিউজ চেনেলৰ ১৪ গৰাকী এংকৰক বয়কট ‘ইণ্ডিয়া’ৰ, বিজেপিৰ নিন্দা

১০ টা নিউজ চেনেলৰ ১৪ গৰাকী এংকৰক বয়কট ‘ইণ্ডিয়া’ৰ, বিজেপিৰ নিন্দা

বিৰোধী দলসমূহৰ মিত্ৰজোঁট ইণ্ডিয়াই দেশৰ ১০ টা টিভি চেনেলৰ ১৪ জন এংকৰক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত বৰ্তমান যথেষ্ঠ চৰ্চাত আছে। এই সিদ্ধান্ত নিন্দা কৰিছে বিজেপিয়ে। এক বিবৃতিত দলটোৰ মুখ্য মুখপাত্ৰ তথা সাংসদ অনিল বালুনীয়ে কয় যে বিৰোধী দলসমূহে তেওঁলোকৰ অত্যাচাৰী, স্বৈৰাচাৰী আৰু নেতিবাচক মানসিকতা প্ৰদৰ্শন কৰিছে। জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমক