Year: 2023

পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে?

পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে?

হঠাৎ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ এখন ধুনীয়া আলোক চিত্ৰ। অৱশ্যে এই আলোকচিত্ৰখনৰ দুয়োৰে মাজত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে- আদৰণীয় প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী

শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি

শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি

শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি ১০০ ছাত্ৰৰ বাবে কাৰ্বি ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন স্থাপন হ’ল ব্যৱসায়িক প্ৰকল্পৰো আধাৰশিলা অনুষ্ঠানত উপস্থিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা, কনৰাড চাংমা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙো উপস্থিত থাকে অনুষ্ঠানত

কেনেকৈ নিচামুক্তি কেন্দ্ৰৰ তৃতীয় মহলাৰ পৰা পৰি গৈছিল ভাস্কৰ, হত্যা নে দুৰ্ঘটনা?

কেনেকৈ নিচামুক্তি কেন্দ্ৰৰ তৃতীয় মহলাৰ পৰা পৰি গৈছিল ভাস্কৰ, হত্যা নে দুৰ্ঘটনা?

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত ধাৰাবাহিক অঘটন। এইবাৰ তৃতীয় মহলাৰ পৰা সৰি পৰিল কৰ্মচাৰী। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতো শেষ ৰক্ষা নহ’ল ভাস্কৰ মুছাহাৰীৰ। হত্যা নে দুৰ্ঘটনাত মৃত্যু হ’ল ভাস্কৰৰ? চলিছে তদন্ত। কিশোৰ-যুৱকৰ মাজত ড্ৰাগছৰ প্ৰচলন বঢ়াৰ সমান্তৰালকৈ মহানগৰীৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে নিচা মুক্তি কেন্দ্ৰ। ৩৯ জন আৱাসীৰে মহানগৰীৰ তেনে এখন নিচামুক্তি

সুৰা, সুন্দৰী আৰু গাড়ী… প্লে বয় আজিজৰ গোপন আখ্যান!

সুৰা, সুন্দৰী আৰু গাড়ী… প্লে বয় আজিজৰ গোপন আখ্যান!

নিশা পাৰ্টী কৰিবলৈ মাতি নি মেহেক শৰ্মাক হত্যা কৰা আজিজ আহমেদ কোন? ডিব্ৰুগড়ৰ এটা প্লে বয় আজিজ। প্লে বয় আজিজে যাপন কৰে বিলাসী জীৱন। এনিশাতে লাখে লাখে টকা উৰুৱাই আকৃষ্ট কৰে সুন্দৰী যুৱতীক। চোলা সলোৱাদি আজিজে সলাই গাৰ্ল ফ্ৰেইণ্ড। প্ৰতিজনী গাৰ্ল ফ্ৰেইণ্ডক এণ্টাৰটেইন কৰিবলৈ আজিজে ব্যৱহাৰ কৰে বেলেগ বেলেগ গাড়ী

গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধৰ সংখ্যা ২,৬৭৭ …

গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধৰ সংখ্যা ২,৬৭৭ …

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনক জনায় যে ২০১৬ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ৩০ আগষ্ট পৰ্যন্ত ৰাজ্যত ১৩,২১০ টা ধৰ্ষণৰ ঘটনা