Year: 2023

জ্বলি যোৱা এলুমিনিয়ামৰ কেৰাহী কেনেকৈ নতুন কৰি তুলিব, কিছু সহজ টিপছ জানি লওক

জ্বলি যোৱা এলুমিনিয়ামৰ কেৰাহী কেনেকৈ নতুন কৰি তুলিব, কিছু সহজ টিপছ জানি লওক

কেৰাহী আমাৰ পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যিটো আমি প্ৰতিদিনে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰো। পাকঘৰৰ আন বাচন-বৰ্তনবোৰ সহজে চাফা কৰিব পৰা যায় যদিও কেৰাহী চাফা কৰিবলৈ আমাৰ অধিক সময় লাগে। এই ব্যস্ত জীৱনত কেতিয়াবা আমি কেৰাহী চাফা কৰিবলৈ পৰ্যাপ্ত সময় নাপাওঁ। কেতিয়াবা চাফা কৰিবলৈ চেষ্টা কৰিলে ইমানেই জ্বলি যায় যে চাফা

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

অহা ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ যোৱা ৫ ছেপ্টেম্বৰত ১,০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে এটা সপ্তাহ নৌহওঁতেই ১২ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা পুনৰ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে

শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনী

শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনী

উচ্ছেদিত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ, উচ্ছেদত নিয়োজিত আৰক্ষী কনিষ্টবলৰ আত্মহত্যাৰ পাছতো শিলসাঁকোত বেদখল উচ্ছেদ কৰিবলৈ নাচোৰবান্ধা অসম চৰকাৰে হঠাৎ কিয় বন্ধ কৰিলে উচ্ছেদ কাৰ্য? শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনীৰ ভেদ ভাঙিলে ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শিলসাঁকো বিলত চৰকাৰে সাময়িকভাৱে উচ্ছেদ কাৰ্য বন্ধ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া

ধাবালৈ মাতি নি কিশোৰীক ধৰ্ষণ বিবাহিতা পুৰুষৰ…

ধাবালৈ মাতি নি কিশোৰীক ধৰ্ষণ বিবাহিতা পুৰুষৰ…

বটদ্ৰৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী কংগ্ৰেছ নেতাৰ ধাবাত সংঘটিত হয় নাবালিকা ধৰ্ষণ কাণ্ড। দেওবাৰে সংঘটিত হৈছে এই ঘটনা। অনৈতিক কাৰ্য কলাপৰ ঘাটিলৈ পৰিণত হৈছে কংগ্ৰেছ নেতাৰ “গঙ্গা ধাবা’। ধাবাখনৰ গোপন ৰুমত এটা সন্তানৰ পিতৃয়ে চৈধ্য বছৰীয়া নাবালিকাক ফুচলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত

শ্বাহৰুখৰ ‘প্ৰতিষ্ঠানবিৰোধী’ ‘জৱান’ক লৈ দেশ-বিদেশত চাঞ্চল্য

শ্বাহৰুখৰ ‘প্ৰতিষ্ঠানবিৰোধী’ ‘জৱান’ক লৈ দেশ-বিদেশত চাঞ্চল্য

ছবিত শ্বাহৰুখ খানৰ ভূমিকা ৰবিনহুদৰ দৰে৷ অবৈধভাৱে ধন উপাৰ্জন কৰা ধনিক শ্ৰেণীৰ পৰা যিদৰে ৰবিনহুদে বলপূৰ্বকভাৱে ধন কাঢ়ি আনি দুখীয়াক বিলাই দিছিল, ঠিক সেইদৰে সদ্য মুক্তিপ্ৰাপ্ত জৱান ছবিত শ্বাহৰুখ খানৰ ভূমিকা একেই৷ অবৈধভাৱে ধন সংগ্ৰহ কৰা লোকৰ পৰা বলপূৰ্বকভাৱে অৰ্থ-সম্পত্তি কাঢ়ি আনি দুখীয়াক সহায় কৰাৰ কাহিনীৰে নিৰ্মিত জৱানে মুক্তিৰ প্ৰথম