বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই । বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50) আৰু নার্জিমা বেগম (42) ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
Year: 2023
গুৱাহাটীৰ বৰাগাঁৱত লোমহৰ্ষক ঘটনা গুৱাহাটী মহানগৰীৰ বৰাগাঁওত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ অবৈধ প্ৰেমে এটা পৰিয়াললৈ নমাই আনিলে অমানিশা । পৰকীয়া প্ৰেমিকে প্ৰেমিকাক ঘপিয়াই নৃশংসভাৱে হত্যা কৰিও ক্ষান্ত নাথাকি প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰি নিজেই আত্মহত্যা হত্যা কৰে ৷ আত্মহননৰ পথ বাচি লোৱা অবৈধ প্ৰেমিকজনৰ নাম নিৰঞ্জন গোহাঁই আৰু প্ৰেমিকৰ আক্ৰমণত নিহত
মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা। ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ।
বেইজিং অলিম্পিকত ইতিহাস সৃষ্টিৰে জেভলিন নিক্ষেপ কৰি স্বৰ্ণ পদক আজুৰি অনা নীৰজ চোপ্রাই পুনৰ উজ্জ্বলি উঠিল হাংগেৰীৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখলৰ লগতে একাধিক পদক লাভ কৰি জেভলিন থ্ৰ’ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হোৱাৰ খিতাপ অৰ্জন কৰি পুনৰ ভাৰতবাসীক গৌৰবান্বিত কৰে ৷ চেম্পিয়নশ্বিপত ৮৮.১৭ মিটাৰ
ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মাতমৰা আৰু পূব ঢকুৱাখনা পঞ্চায়ত দুখনৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰাৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ বানত বুৰ যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ঢকুৱাখনা মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলীফুটা মথাউৰিৰ বাহিৰত ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে বসবাস কৰা বাঘচুুক, টুৰিবাৰী ইন্দুৰমুখ, বাহিৰ বান্দেনা, যোগীসুঁতি আদি কেইবাখনো গাঁৱৰ ৰাইজ বানৰ