Month: April 2024

জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ… মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম!

জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ… মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম!

আবকাৰী গোচৰত তিহাৰ জে’লত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ দলে কেজৰিৱালক দীঘলীয়া সোধা-পোছাৰ অন্তত জিম্মাত লৈছিল। ইডিৰ জিম্মা অন্তত আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে কেজৰিৱালক জে’ললৈ প্ৰেৰণ কৰিছিল। কাৰাগাৰৰ এক সূত্ৰই কেজৰিৱালৰ দিনটোৰ কামৰ তথ্য সদৰি কৰিছে। পুৱাই উঠি কি কৰে কেজৰিৱালে? সূত্ৰ অনুসৰি, তিহাৰ জে’লত কেজৰিৱালে পৰিষ্কাৰ-পৰিচন্নতাৰে নিজৰ দিনপঞ্জী

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই, কোন দলৰ পৰা নিৰ্বাচন খেলিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে?

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই, কোন দলৰ পৰা নিৰ্বাচন খেলিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে?

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। ৰাইজৰ আহ্বানত নিৰ্বাচন খেলিব প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। নিৰ্বাচনৰ ৰণত নমাৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে আনন্দ মিশ্ৰই। সংবাদ মাধ্যমৰ আগত আনন্দ মিশ্ৰই কয়, ‘‘মোৰ হাতত বহুত টকা-পইচা নাই। ৪০-৫০খন গাড়ী লৈ

তিনি দশকৰ সৰ্ববৃহৎ ভূমিকম্প টাইৱানত, ভূমিকম্পৰ পিছত ছুনামিৰ আশংকা

তিনি দশকৰ সৰ্ববৃহৎ ভূমিকম্প টাইৱানত, ভূমিকম্পৰ পিছত ছুনামিৰ আশংকা

বুধবাৰে পুৱাই টাইৱানৰ উপকূলীয় অঞ্চলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ৰাজধানী টাইপেই জোকাৰি যায়। ভূমিকম্পৰ ফলত টাইপেৰ বহু ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পূব টাইৱানত কেইবাটাও অট্টালিকা ভাঙি গৈছে যদিও এতিয়ালৈকে ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা হোৱা নাই। সংবাদ সংস্থা ৰয়টাৰৰ মতে,