Month: April 2024

ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি…

ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি…

গুৱাহাটী, ২৬ এপ্ৰিল: বৰপেটা সমষ্টিৰ অন্তৰ্গত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ খেলপথাৰতএইবেলিও ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৭ এপ্ৰিল তাৰিখে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰা হৈছে ।বিহু উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, সেইদিনা পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণ , চিত্ৰাংকন প্ৰতিযোগিতা, কেইবাটও বিহু দলৰ বিহু নৃত্যৰ লগতে বাৰেৰহনীয়া সাংকৃতিক

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবে বেছিভাগ মানুহেই হৃদৰোগত আক্ৰান্ত হয়। কম বয়সতে হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হয় মানুহ। হৃদৰোগৰ প্ৰধান কাৰণ হ’ল শৰীৰৰ বেয়া কলেষ্টেৰল বৃদ্ধি পোৱা। শৰীৰত দুই ধৰণৰ কলেষ্টেৰল থাকে, এবিধ ভাল কলেষ্টেৰল আৰু আনবিধ বেয়া কলেষ্টেৰল। বৈজ্ঞানিক তথ্য অনুসৰি, শৰীৰত বেয়া কলেষ্টেৰলৰ বাঢ়িবলৈ

ৰেলৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাত ACৰ তাপমাত্ৰা কিমান ডিগ্ৰীত নিৰ্ধাৰণ কৰি ৰখা হয়? বেছিভাগ লোকেই নাজানে এই তথ্য

ৰেলৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাত ACৰ তাপমাত্ৰা কিমান ডিগ্ৰীত নিৰ্ধাৰণ কৰি ৰখা হয়? বেছিভাগ লোকেই নাজানে এই তথ্য

ৰে’ল যাত্ৰীসকলে আৰামদায়ক আৰু নিৰাপদে যাত্ৰা কৰিবলৈ AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৰ ডবা বুকিং কৰে। কোৱা বাহুল্য যে জেনেৰেল আৰু শ্লীপাৰ কোচতকৈ AC কেবিনত আৰাম বেছি। আনকি সুবিধাও বেছি। কোঠাটোত AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থকাৰ বাবে দীঘলীয়া যাত্ৰাতো যাত্ৰী ভাগৰুৱা নহয়। ৰেলখনৰ AC কম্পাৰ্টমেণ্টত বহু নিয়ম থাকে। অৱশ্যে নিয়মীয়াকৈ

মাজুলীত নিষিদ্ধ জুবিন গাৰ্গ! সত্ৰাধিকাৰক অসন্মান কৰি শ্ৰীকৃষ্ণক তুচ্ছ-তাচ্ছিল্য কৰি ৰোষত পৰিল মাজুলীবাসীৰ

মাজুলীত নিষিদ্ধ জুবিন গাৰ্গ! সত্ৰাধিকাৰক অসন্মান কৰি শ্ৰীকৃষ্ণক তুচ্ছ-তাচ্ছিল্য কৰি ৰোষত পৰিল মাজুলীবাসীৰ

মাজুলীত নিষিদ্ধ কৰা হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। এই সন্দৰ্ভত আজি মাজুলী জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাজুলীৰ‌ যিকোনো অনুষ্ঠানত জুবিন গাৰ্গৰ অংশগ্ৰহণ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ মাজুলী জিলা সত্ৰ মহাসভাৰ। মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই সভা।

আজি দেশৰ ১৩ খন ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

আজি দেশৰ ১৩ খন ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

আজি দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি দেশৰ ১৩ খন ৰাজ্যত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ মুঠ ৮৮টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ১ লাখ ৬৭ হাজাৰ কেন্দ্ৰত হ’ব ভোটযুদ্ধ। ভোটগ্ৰহণত নিয়োজিত হৈছে ১৬ লাখ প’লিং-প্ৰিজাইডিং বিষয়া। আজি দেশত ভাগ্য নিৰ্ধাৰণ হ’ব ১,২০২ জন প্ৰাৰ্থীৰ। ইয়াৰ ভিতৰত ১০৯৮