উত্তৰ গুৱাহাটী পৌৰসভাৰ কাণ্ড-জ্ঞানহীন কৰ্মই হতবাক কৰিছে সচেতন মহলক ঐতিহাসিক দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডএ বিপদ মাতিছে অঞ্চলটোৰ আৱাসিক সকলৰ লগতে বিপদাপন্ন হৈছে পক্ষীকুল । বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ পাৰ্শ্বিকতা ।এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজ স্থলীৰ বৰ্তমান কদৰ্যময় ৰূপ । মৃত্যুমুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ
Month: August 2024
শিৱসাগৰৰ মাজমজিয়াত ১৩ আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমনৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্নীলতা হানিৰ আৰু শাৰিৰীক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্ত অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ।- বহিৰাগতৰ এই দপদনিৰ বিৰুদ্ধে ক্ষোভিত খিলঞ্জীয়া। ১৩ আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ
চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত৷
The City Centre shopping mall in Guwahati has abruptly closed its doors, with management citing a “technical issue” while unconfirmed reports of a bomb threat circulate. A sign posted at the mall entrance reads: “FOR TECHNICAL ISSUE MALL WILL BE SHUT DOWN FOR 2 HOURS.” Security personnel are visible on-site,
ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে দিয়া তথ্য অনুসৰি কেইবাটা ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম হ্ৰাস পাইছে। এই সন্দৰ্ভত অসম চৰকাৰৰ আবকাৰী বিভাগে ১৭ আগষ্টত এক প্ৰেছ বিবৃতি জাৰি কৰি সুৰাৰ নতুন নিৰিখ সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। সুৰাৰ এই নতুন মূল্য ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। আবকাৰী বিভাগে জাৰি কৰা তথ্য অনুসৰি ক’ত,