আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু কথা। প্ৰকৃততে মঙলবাৰে প্ৰসেনজিত বৰুৱা নামৰ লোকজনৰ ওপৰত চলা আক্ৰমণ আছিল পূৰ্বপৰিকল্পিত। পত্নীয়ে ছুপাৰি দি হত্যা চেষ্টা চলাইছিল প্ৰসেনজিতক। প্ৰসেনজিতৰ পত্নীয়ে স্বামী প্ৰাণে মৰাৰ বাবে ১৫ হাজাৰ টকা প্ৰদান কৰিছিল যুৱকজনক। ইতিমধ্যে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে। যোৰহাটৰ শ’লমৰাৰ চাঞ্চল্যকৰ ঘটনাৰ নতুন মোৰ।
Year: 2024
▶️দেৰগাঁও নাৰীকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা প্ৰিয়ঙ্গনা বৰাৰ আত্মহত্যা। ▶️যোৱা নিশা যোৰহাট আটিলা গাঁৱৰ ভাড়া ঘৰত যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰী প্ৰিয়ঙ্গনা বৰাই আত্ম হত্যা কৰাকলৈ দেৰগাঁৱত অঞ্চলজুৰি এক শোকৰ পৰিবেশ। RELATED STORY ▶️বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ আৰু মাতৃৰ ভাষ্য মতে
ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ দীপাৱলীৰ নিশা দেৱানবাৰী গাঁৱত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা দুই ভাতৃৰ বাৰ্বী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগিছিল জুই লগাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দোকানৰ ভিতৰত আছিল সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়লৈ অনা হৈছিল দেওবাৰে পাপু দাসৰ মৃত্যু হোৱাৰ পিছত আজি
Guwahati 11 November: Muhurat of most anticipated and awaited Assamese movie Moksh starring Superstar Ravi Sarma was held in Jyotichitraban Kahilipara Guwahati. Veteran Bollywood actor Sharat Saxena who is also a part of this action thriller was present during the event. Moksh is a story written by Ravi Sarma is
কাইলৈ ৰাজ্যৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হব বিধানসভাৰ উপ- নিৰ্বাচন। নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে আৰু শান্তি বৰ্তাই ৰখাৰ বাবে দণ্ডাধীশ গৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে। চামগুৰি সমষ্টিত বৃদ্ধি হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ মাজতে নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নগাঁও