৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID

৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID
  • ৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID
  • আপোনাৰ হাতত মাজত মাত্র ৫টা দিন। সময় থাকোঁতেই পৰীক্ষা কৰক আপোনাৰ UPI ID । কিয়নো হঠাৎ বন্ধ হৈ যাব পাৰে আপোনাৰ পুৰণি UPI ID। ৩১ ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব পাৰে ডিজিটেল লেনদেন।
  • এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ হৈ যাব; ৩১ ডিচেম্বৰৰ পিছত Gpay, PhonePe আদিৰে কৰিব নোৱাৰিব লেনদেন।
  • নতুন বর্ষত হ’বলগীয়া বিভিন্ন পৰিৱৰ্তনৰ ক্ষেত্রত এইটো অন্যতম। দুমাহ পূর্বেই NPCI-এ এই সন্দর্ভত এবছৰ ধৰি নিষ্ক্রিয় UPI ID চিনাক্ত কৰিবলৈ নির্দেশ দিছিল বেংকসমূহক।
  • এবছৰে UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ সেই UPI ID বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে। ভুল ব্যক্তিলৈ যাতে ধন নাযায়, তাৰে বাবে লোৱা হৈছে এই ব্যৱস্থা।

GTM Desk