22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া; সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।

Assamese News২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া; সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
  • সৰুপথাৰ টেঙাহোলাৰ  নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
  • কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। মাজত মাথোঁ আৰু এটা দিন বিয়ালৈ।
  • ২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্যই।
  • দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে।
  • ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট। আৰু অৱশেষত পালেহি বিয়াৰ দিন।
  • ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২ মাৰ্চত আচুৰ্যৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।
  • গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসভৱনত হ’ব অভ্যৰ্থনা অনুষ্ঠানত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!