32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

অসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

Assamese Newsঅসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

ফেশ্বন ডিজাইনিং (Fashion Designing)ৰ জগতত ১০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ (Fashion designer) সংযুক্তা দত্তই। এই শুভক্ষনত সংযুক্তা দত্তক শুভেচ্ছা জ্ঞাপনৰ বাবে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিজলানী অসমলৈ আহিছে।

সংযুক্তা দত্তই অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আহিছে। তেওঁ দেশৰ সৰ্বোত্তম ফেশ্বন ৱিক নিউয়ৰ্ক আৰু পেৰিছ ফেশ্বন ৱিকত অংশ ল’বলৈ সুযোক পাইছিল।

উল্লেখযোগ্য যে, অসমৰ হস্ততাত আৰু বয়ন শিল্পক উদগনি যোগাব বলিউডৰ অভিনেত্ৰী তথা মডেল সংগীতা বিজলানীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!