25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

Assamese Newsসৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বাবলী নাথৰ কৃতিত্ব। গোৱাত অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

এনে প্ৰতিযোগিতাত ডাক সেৱা বিভাগৰ ‘অসম চাৰ্কোল’ৰ হৈ ছয়গাঁও কৈমাৰী গাঁৱৰ নিবাসী বিনোদ কুমাৰ নাথ আৰু ইলা সাউদ নাথৰ জ্যেষ্ঠ কন্যা বাবলী নাথে আধুনিক গীত,কামৰূপী লোকগীত আৰু গীটাৰ বাদনত প্ৰথম স্থান লাভ কৰে।

প্ৰতিভাৱান শিল্পীগৰাকীৰ এনে সাফল্যত ছয়গাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে উক্ত সমাৰোহত ১৯ খন ৰাজ্যই প্ৰতিনিধিত্ব কৰিছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!