ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চামগুৰিৰ মহিলাৰ মৃত্যু

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চামগুৰিৰ মহিলাৰ মৃত্যু
  • চামগুৰিত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ।
  • ছোৱাইন ফ্লু ৰোগত আক্ৰান্ত হৈ মৃত্যু চামগুৰিৰ ৫৩ বছৰীয়া এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী
  • চামগুৰিৰ গেৰুৱামুখ গাঁৱৰ আনোৱাৰা বেগম গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু
  • মহিলাগৰাকীৰ ছোৱাইন ফ্লুত মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই আতংকময় পৰিৱেশ অঞ্চলটোত।

Desk Admin