ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ…

ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ…

🔷 উমা চেত্ৰী, জিণ্টিমণি কলিতাৰ স্থান লাভ

🔷ইংলেণ্ড ‘এ’ দলৰ বিৰুদ্ধে ভাৰতীয় T20 দল ঘোষণা

🔷মুম্বাইত অনুষ্ঠিত হ’ব তিনিখন T20 মেচ

🔷মঙলদৈৰ জিণ্টিমণি প্ৰথমবাৰলৈ ভাৰতীয় দলত

🔷চতুৰ্থবাৰলৈ ভাৰতীয় দলত স্থান উমা চেত্ৰীৰ

GTM Desk