বিয়াৰ দিনা চুমি বৰাই কিমান লাখ টকীয়া কাপোৰ পৰিধান কৰিছিল? বিয়াৰ দিনা চুমি বৰাই পৰিধান কৰা কাপোৰৰ মূল্য শুনিলে চকু কপালত উঠিব আপোনাৰ। চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে নতুন গোচৰ। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত নতুন গোচৰ ৰুজু চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে। আদালতত চুমি বৰাৰ ঘৰৰ পৰা জব্দ কৰা
Author: GTM Desk
টিনা, পৰী নে জিনা? কি নাম দিম মাতিম…! যুৱতী এগৰাকী, নাম একাধিক! যুৱতীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱাও অভিযোগো গুৰুতৰ। যুৱতীগৰাকী চিনাকি এগৰাকী মডেল! কাহিনী হিন্দী ৱেব ছিৰিজৰ দৰে। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ নাটক-অন্তৰংগ সময় আৰু গোপন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইলিং। মহানগৰীত পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ ঘটনা। এইবাৰ গুৱাহাটীৰ
মৈৰাবাৰীৰ পৰা আনোৱাউদ্দিন আহমেদ, ৰেকিবুদ্দিনক গ্ৰেপ্তাৰ। লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ আন দুই চাইবাৰ অপৰাধীক। জব্দ লেপটপ ,মোবাইল, পান কাৰ্ড, আধাৰ কাৰ্ড। বিভিন্ন উৎসৰ পৰা ধনৰ লেনদেনৰ তথ্যও লাভ মৰিগাঁও আৰক্ষীৰ। সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত ৪ চাইবাৰ অপৰাধী।
মহেশ আগৰৱাল নামৰ দীপাংকৰ বৰ্মনৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এগৰাকীকো গ্ৰেপ্তাৰ। আজি পাণবজাৰ থানালৈ তলব কৰা হৈছিল দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক। বিনিয়োগকাৰীৰ অভিযোগৰ ভিত্তিত থানাত দুয়োজনকে জেৰা আৰক্ষীৰ। দীপাংকৰ বৰ্মনৰ সকলো কু-কীৰ্তিৰ বিষয়ে অৱগত পিতৃ-মাতৃ।
নিজৰ লগতে ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰিলে মিনুৱে। কেদাৰনাথৰ পৰা উভতাৰ পথতে বিপদৰ সন্মুখীন হৈছিল অসমৰ ১৮জনীয়া এটা মহিলাৰ দল। মিনু বড়ো নামৰ মহিলাগৰাকীৰ সাহসিকতাৰ বাবে ৰক্ষা পৰিছিল ১৭গৰাকীকৈ মহিলাৰ জীৱন। যাৰ বাবে এতিয়া তেজপুৰৰ মিনু বড়ো হৈ পৰিছে সাহসৰ এক উদাহৰণ। ঘটনা অনুসৰি তেজপুৰৰ পৰা গৈ কুশলে কেদাৰনাথত উপস্থিত