Author: GTM Desk

এইমছ গুৱাহাটীৰ সমস্যা পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে

এইমছ গুৱাহাটীৰ সমস্যা পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে

গুৱাহাটী, ১৫ জুন: অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি এইমছ গুৱাহাটীৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত বিভিন্ন সমস্যাসমূহৰ পৰ্যালোচনা কৰে।এইমছ গুৱাহাটীৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙ, কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীকে ধৰি

এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰ

এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰ

গুৱাহাটী,১৫ জুন:এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ হওক ৰাজ্যিক পথ সমূহ । তাৰ সমন্তৰালভাৱে মহানগৰীৰ ধাৰাপুৰতও এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰৰ বিভিন্ন ৰাজ পথ তথা পানীত ডুব যায় বহু পৰিয়ালৰ চোতাল , ঘৰসমূহ । ধাৰাপুৰৰ ধোপৰতল , কোচপাৰা , নতুন বস্তি, ধাৰাপুৰ

আপোনাৰ দেহতো এইবোৰ লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ফেটি লিভাৰ?

আপোনাৰ দেহতো এইবোৰ লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ফেটি লিভাৰ?

অসাৱধানতা, ভুল খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে ফেটি লিভাৰ হয়। যদি ফেটি লিভাৰ হয় আপোনাৰ ছালত স্পষ্টকৈ গম পোৱা যাব। যকৃত শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। কিন্তু অসাৱধানতা, ভুল খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে। অভিজ্ঞ চিকিৎসক বিশ্বজিৎ সৰকাৰে কয় যে ফেটি লিভাৰ ৰোগ দুই প্ৰকাৰৰ। এলকহলিক

এই ৰাশিৰ লোকসকলে আজি লাভ কৰিব ভাল খবৰ, চাওক ১৩ জুনৰ ৰাশিফল

এই ৰাশিৰ লোকসকলে আজি লাভ কৰিব ভাল খবৰ, চাওক ১৩ জুনৰ ৰাশিফল

মেষ ৰাশিঃ শ্ৰীগণেশে কয় যে আজি আপোনাৰ ব্যৱসায়িক ভ্ৰমণ সফল হ’ব। আপোনাৰ আয় বাঢ়িব। দেশ-বিদেশৰ পৰা লাভ কৰা সুখ অটুট থাকিব। আপুনি আপোনাৰ নিচা নিয়ন্ত্ৰণৰ বাবে কাম কৰা উচিত। ব্যৱসায়িয়ে নিজৰ কৰ্মচাৰীক বেছি বিশ্বাস কৰা উচিত নহয়। অৰ্থনৈতিক অৱস্থা ন্যায্য হ’ব।শুভ ৰং: ক’লা শুভ সংখ্যা: ১৭ বৃষ ৰাশিঃ শ্ৰীগণেশে কয়,