Prime Minister Narendra Modi on Thursday said efforts are on to remove AFSPA completely from the northeast region. Addressing a ‘Peace, Unity and Development’ rally here, he said the Armed Forces (Special Powers) Act could be withdrawn from various parts of the region as the law and order situation has
Author: GTM Desk
লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে।
টুইটাৰ কিনি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ধনকুবেৰ এলন মাস্কে এইবাৰ আন এক ঘোষণা কৰিলে। তেওঁৰ এইবাৰৰ লক্ষ্য কোকা কোলা কোম্পানী। মাস্কে ধেমালিৰে টুইটাৰত লিখিলে কোকা কোলা কোম্পানী ক্ৰয় কৰি ১০০ বছৰ আগৰ ফর্মূলা অনুযায়ীহে কোকা কোলা তৈয়াৰ কৰিব তেওঁ। তাতে কোকেইন মিহলাব। কোকা কোলাত এসময়ত সঁচাকৈয়ে কোকেইন মিহলোৱা হৈছিল।
Prime Minister Narendra Modi on Thursday launched the Amrit Sarovar project in Assam, during his visit to Karbi Anglong. A total of 75 water bodies will be created in each district to mark the 75th year of India’s Independence. Under this project, 75+ water bodies of one-hectare area each in
শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)ৰ জীয়ৰী ছৰা তেণ্ডুলকাৰ (Sara Tendulkar) নেটিজেনসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। মডেলিঙৰ বাবে বাতৰিৰ শিৰোনামত থাকে ছাৰা। এতিয়া তাইৰ বলীউডত আত্মপ্ৰকাশৰ খবৰ (Sara Tendulkar Bollywood Debut) চৰ্চাত আছে। ছাৰা তেণ্ডুলকাৰৰ বয়স মাত্ৰ ২৪ বছৰ আৰু বেছিভাগ তাৰকা শিশুৰ দৰে সামাজিক মাধ্যমত অতি সক্ৰিয়। অভিনয়ৰ প্ৰতি আগ্ৰহী ছাৰা তেণ্ডুলকাৰ