দুটা কোষাগাৰৰ পৰা অবৈধ দৰমহা লোৱাৰ অভিযোগত সোমবাৰে ৰাজ্যৰ ৭০গৰাকী শিক্ষকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে(Teachers Interogate by Directorate of Secondary Education ) তলব কৰে । কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ তলব কৰা হয় ৭০ শিক্ষকক । মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে তলব কৰা শিক্ষক কেইগৰাকীয়ে শিক্ষা বিভাগক দেখুৱাব লাগিব সকলো নথি-পত্ৰ
Author: GTM Desk
তৃণমূল কংগ্রেছৰ নেত্রী তথা বাংলা অভিনেত্রী ছায়োনি ঘোষক ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছায়োনি ঘোষক বিজেপিৰ কর্মীয়ে আক্রমণ কৰা বুলি তৃণমূল কংগ্রেছে দাবী কৰিছে৷ তৃণমূল কংগ্রেছৰ এই অভিযোগ খণ্ডন কৰি বিজেপিয়ে প্রকাশ কৰিছে যে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱৰ পথৰ দাঁতিত হৈ থকা সভাত ব্যাঘাত জন্মোৱাৰ বাবেই ছায়োনি
মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰী অঞ্চলৰ ১১ বছৰীয়া বিশেষ ভাৱে সক্ষম কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰে জড়িত দিলীপ দেৱনাথ নামৰ ৫০ বছৰ উৰ্ধৰ ব্যক্তিক আটক কৰি আৰক্ষীক গটালে ৰাইজে। ঘটনাৰ বিৱৰণী অনুসৰি
ৰাজ্য খনৰ সৱসাধাৰণ ৰাইজে যাতে মিছন বসুন্ধৰা আচঁনি খনৰ জৰিয়তে উপকৃত হয় তাৰ কাৰনে আজি হঠাৎ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন। চামগুৰি ৰাজহ চক্ৰৰ গতঙ্গা ৰিজাৰ্ভ ফৰেষ্ট, বালিজুৰি, গৰুমৰা, বাজিয়া গাঁৱকে ধৰি বিভিন্ন স্থানত সন্দেহজনক লোকে ইতিমধ্যে বেদখল কৰি আহিছে
Assam daughter Malleeka Bora was crowned Mrs. Queen of the World India 2021 on November 8 in a grand event held at Mumbai. Bora will represent India in USA in March 2022. Malleeka Bora is a Consultant Psychiatrist practising in Guwahati. She completed her MBBS and MD from Assam Medical