Author: GTM Desk

নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী

নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী

দীঘলীয়া পর্যালোচনা আৰু বিতর্কৰ অন্তত শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফলক লৈ সন্তুষ্টি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ফলাফল সন্দর্ভত নিজ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এই ফলাফল যথেষ্ট আশাব্যঞ্জক৷ ইয়াৰ বাবে শিক্ষা সংসদ ধন্যবাদৰ পাত্র৷ শনিবাৰে যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে নামভর্তিৰ দিশটো

আমি অসমৰ মুখ্যমন্ত্রীৰ লগত আছোঁঃ অখিল গগৈ

আমি অসমৰ মুখ্যমন্ত্রীৰ লগত আছোঁঃ অখিল গগৈ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পক্ষত মুকলিকৈ অৱস্থান গ্রহণ কৰিছে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল গগৈয়ে৷ মূলতঃ মিজো দুষ্কৃতিকাৰীৰ সহযোগত ৰাজ্যখনৰ আৰক্ষীয়ে অসম সংলগ্ণ সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত বর্বৰ আক্রমণ চলাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধেই হত্যা আৰু ষড়যন্ত্রৰ গোচৰ জাপি

কটপা আইন কঠোৰ ভাবে বলবৎ কৰি শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণ ভাবে নিষিদ্ধ কৰাৰ দাবী

কটপা আইন কঠোৰ ভাবে বলবৎ কৰি শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণ ভাবে নিষিদ্ধ কৰাৰ দাবী

গুৱাহাটী, আগষ্ট ১: শিশু, কিশোৰ আৰু যুব প্ৰজন্মক যি কোনো প্ৰকাৰৰ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে। সংগঠন তিনিটাই চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্ট এক্ট-২০০৩ (কটপা) আইনখন কঠোৰ ভাবে বলবৎ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ

মাণিকপুৰ মৌখোৱাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু টেম্পুৰ মুখামুখী. সংঘৰ্ষত  থিতাতে নিহত বাইক চালক

মাণিকপুৰ মৌখোৱাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু টেম্পুৰ মুখামুখী. সংঘৰ্ষত থিতাতে নিহত বাইক চালক

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গড়কাপ্তানি পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভাঙা চিঙা কঢিয়াই নিয়া মালবাহী টেম্পু এখনে মাণিকপুৰৰ চকিহালী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা বাইক এখনে মুখামুখী খুন্দা মৰাৰ ফলত বাইকৰ চালক থিতাতে নিহত হয়। নিহত ব্যক্তি জন মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰী