এক দলবদ্ধ ধর্ষণ কাণ্ডই ৰংজুলি অঞ্চলৰ লগতে সমগ্র গোৱালপাৰা জিলাখনতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰংজুলি অঞ্চলত কোনোকালে নঘটা ঘৃণনীয় কাণ্ডত লজ্জানত হৈ পৰিছে ৰংজুলিবাসী৷ তিনিজন পাষণ্ড যুৱকে পূজা চাবলৈ অহা তিনি কিশোৰীক আবদ্ধ কৰি দলবদ্ধভাৱে ধর্ষণ কৰা কার্যই কঁপাই গৈছে ৰংজুলি অঞ্চল৷ যোৱা ২২ অক্টোবৰৰ সন্ধিয়া সংঘটিত জঘন্য কাণ্ড পোহৰলৈ
Author: GTM Desk
ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত (জেইই) ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী বহুৱাই চৰম জালিয়াতি সংঘটিত কৰা চিকিৎসক জ্যোতির্ময় দাস আৰু পুত্র নীল নক্ষত্র দাসসহ পাঁচজন লোকক আজি মহানগৰীৰ আজাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ হোৱা বাকী লোক তিনিজন হ’ল– হেমেন্দ্র নাথ শর্মা, প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠক৷ ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থীয়ে জেইইৰ
Union Minister Smriti Irani tests positive for COVID-19. “It is rare for me to search for words while making an announcement; hence here’s me keeping it simple — I’ve tested positive for #COVID and would request those who came in contact with me to get themselves tested at the earliest,”
কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি বিতৰ্কৰ মাজত সোমাই পৰা বিধায়ক শ্বেৰমান আলীক সমৰ্থন আন এগৰকী কংগ্ৰেছী বিধায়কৰ। পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ। বিতৰ্কিত মন্তব্য কৰি সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমানত আঘাত কৰিছে কংগ্ৰেছী বিধায়কগৰাকীয়ে। মিঞাসকলক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ’ব নোৱাৰে। মিঞাসকলক বাদ দিলে অসমীয়া
মুলমানসকলৰ চিনাকিয়েই হল মাদ্রাছা৷ সেয়েহে অসমত কোনোপধ্যেই মাদ্রাছা বন্ধ কৰিবলৈ দিয়া নহ’ব৷ এই দাবীৰে আজি উত্তাল হ’ল নতুন দিল্লীৰ যন্তৰ–মন্তৰ৷ অসমৰ মুছলিম ছাত্র সন্থাৰ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সদস্যবৃন্দ৷ অসম চৰকাৰৰ বিৰুদ্ধে শতাধিক প্রতিবাদকাৰীৰ অভিযোগ– আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিজেপি চৰকাৰে