Author: GTM Desk

‘মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰাই হ’ব, তৰুণ গগৈ হ’ব সকলোৰে মুৰব্বী’- ক’লে বদৰুদ্দিন আজমলে

‘মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰাই হ’ব, তৰুণ গগৈ হ’ব সকলোৰে মুৰব্বী’- ক’লে বদৰুদ্দিন আজমলে

বহু জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ- AIUDFৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা। শনিবাৰৰ পৰা দিছপুৰৰ বিধায়ক আৱাসত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে AIUDFৰ ক’ৰ কমিটীৰ বৈঠক ৷ গুৰুত্বপূৰ্ণ এই ক’ৰ কমিটীৰ বৈঠকতে কংগ্ৰেছ আৰু অন্যান্য সমভাৱাপন্ন দলৰ সৈতে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মোহৰ মৰাৰ পিছত দেওবাৰে সাংসদ বদৰুদ্দিন আজমলে আন