GUWAHATI: On Saturday 4 people were tested positive for Coronavirus, taking the total toll to 7 cases. CASES TODAY: The first 2 cases had already completed their 14 days quarantine and were sent home, after their report from NBMCH arrived recently and tested positive they were sent to STNM hospital.
Author: GTM Desk
📌Alert ~ 73 new #COVID19+ cases 21 Dhubri, 12 D’Hasao, 6 G’para, 5 H’kandi, 5 Kamrup, 4 Airport, 4 West K Anglong, 4 Golaghat, 3 Dhemaji, 2 Cachar, 1 each from MMCH, R’para, K Anglong, Nagaon, Charaideo, K’ganj, S’sagar ↗️Total cases 2397 ↗️Recovered 547 ↗️Active cases 1843
নলবাৰী জিলাৰ বৰভাগ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে ৬ গৰাকী কৃতিমান ছাত্র-ছাত্ৰীয়ে শিক্ষাৰ নৱদ্বীপ নলবাৰী নাম উজলালে এইবাৰ। জিলাখনৰ বৰভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে।তেওঁৰ পিতৃ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়ালে দেবিস্মা প্ৰিয়া বৰাই ৷ দেবিস্মাই সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত 591 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ লগতে এফাঁকি গান গুনগুনালে দেবিস্মা প্ৰিয়াই
কামৰূপ, 6 জুনঃ শুকুৰবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ হাই মাদ্ৰছা পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷ আফচানা শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী ৷ মুঠ 552 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে আফচানাই ৷