Author: GTM Desk

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মহবিয়েনী গাঁওত ভূমিকেন্দ্ৰীক সংঘাত।

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মহবিয়েনী গাঁওত ভূমিকেন্দ্ৰীক সংঘাত।

🔴নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মহবিয়েনী গাঁওত ভূমিকেন্দ্ৰীক সংঘাত।🔴ভূমিকেন্দ্ৰীক সংঘাতৰ ফলত দুজনকৈ লোক গুৰুতৰভাৱে আহত ।🔴এদৰা ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। 🔴জানিব পৰা মতে মহবিয়েনী গাঁওৰ ৰমেশ আলী নামৰ লোকজনে কিছু বছৰ পূৰ্বে চন্দ্ৰ শীল নামৰ এজন লোকৰ পৰা এক বিঘা ভূমি ক্ৰয় কৰিছিল।