Author: GTM Desk

মোবাইল ৰিচাৰ্জ কৰিলেই দাম অনুসৰি দিব লাগিব ১-৬ টকা পৰ্যন্ত!

মোবাইল ৰিচাৰ্জ কৰিলেই দাম অনুসৰি দিব লাগিব ১-৬ টকা পৰ্যন্ত!

🔴বিনামূলীয়াকৈ নাপাব GPay আৰু Paytmৰ সেৱা🔴মোবাইল ৰিচাৰ্জ কৰিলেই দাম অনুসৰি দিব লাগিব ১-৬ টকা পৰ্যন্ত🔴পূৰ্বৰে পৰাই Phonepeৰ জৰিয়তে মোবাইল ৰিচাৰ্জ কৰিলে প্ৰদান কৰিব লাগে এই ‘প্লেটফৰ্ম’ মাচুল

ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ…

ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুই খেলুৱৈ…

🔷 উমা চেত্ৰী, জিণ্টিমণি কলিতাৰ স্থান লাভ 🔷ইংলেণ্ড ‘এ’ দলৰ বিৰুদ্ধে ভাৰতীয় T20 দল ঘোষণা 🔷মুম্বাইত অনুষ্ঠিত হ’ব তিনিখন T20 মেচ 🔷মঙলদৈৰ জিণ্টিমণি প্ৰথমবাৰলৈ ভাৰতীয় দলত 🔷চতুৰ্থবাৰলৈ ভাৰতীয় দলত স্থান উমা চেত্ৰীৰ

Assam film-maker Xahid Khan’s “Guess the Pervert” Set to Premiere at Knowmad Short Film Festival 2023 in Germany

Assam film-maker Xahid Khan’s “Guess the Pervert” Set to Premiere at Knowmad Short Film Festival 2023 in Germany

Guwahati,  November 24, 2023: Xahid Khan, an acclaimed Indian filmmaker behind the celebrated shorts like “Alert – Condition: Red,” “Mistake,” “Pins & Needles,” and “Bakshobondi Kotha,” has once again carved his name into the international film scene. His latest creation, “Guess the Pervert,” has been officially selected for its premiere

নৈশ বাছৰ পৰা উদ্ধাৰ বহিঃৰাজ্যলৈ সৰবৰাহ হোৱা ৭গৰাকীকৈ কিশোৰী-যুৱতী

নৈশ বাছৰ পৰা উদ্ধাৰ বহিঃৰাজ্যলৈ সৰবৰাহ হোৱা ৭গৰাকীকৈ কিশোৰী-যুৱতী

অসম তথা উত্তৰ-পূবৰ পৰা মানৱ সৰবৰাহৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হৈছে বহিঃৰাজ্যলৈ পঠোৱা ৭গৰাকীকৈ কিশোৰী আৰু যুৱতী। অৰুণাচলৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী বাছৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰী আৰু যুৱতীক কেইগৰাকীক। প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই উদ্ধাৰ অভিযান। পিংকী কৰ্মকাৰ নামৰ

তিনিচুকীয়াত গ্ৰেনেডসহ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ

তিনিচুকীয়াত গ্ৰেনেডসহ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ

তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকৰ ভাৰতীয় সেনা শিৱিৰৰ সন্মুখত সন্দেহজনক আলফা স্বাধীনে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ মাজতে এজন আলফা(স্বা)ৰ কেডাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা কায্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ আত্মসমৰ্পণ কৰা কেডাৰগৰাকী কাকপথাৰৰ অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম। নিলয় অসম আলফা (স্বা)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য আছিল বুলি