কালী পূজাৰ পূৰ্বেই এই ৩ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ ধন। নৱেম্বৰ মাহত উদযাপন কৰা হ’ব দীপাৱলী। ইয়াৰ পূৰ্বেই কেইবাটাও গ্ৰহে ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে, তাৰ ভিতৰত এটা হৈছে বুধ ৷ বুধ গ্ৰহৰ শাসকৰ প্ৰভাৱত তিনি ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন ৷ বুধ ৰাশিৰ উদয়ৰ ফলস্বৰূপে তিনি ৰাশিৰ জাতক-জাতিকাৰ
Author: GTM Desk
বুলগেৰিয়াৰ বাবা ভাংগাৰ কিছু ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। আৰু দুমাহো বাকী নাই ২০২৪ বৰ্ষ আহিবলৈ। ২০২৪ বৰ্ষক লৈও কেতবোৰ ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই। বহুতে কয় যে ২০২২ আৰু ২০২৩ চনত বাবা ভাংগাৰ দুটা ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। ইয়াৰ ভিতৰত এটা হ’ল ২০২২ আৰু ২০২৩ চনত দুখন দেশৰ মাজত
মোম্বাইত অসম সন্তান ধৃতিমান কাকতিয়ে আজি প্ৰযোজক কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন মূখ্য ধাৰাৰ হিন্দী ছবিত Assistant Editor হিচাপে যোগদান কৰিছে। ছবিখনৰ মূখ্য অভিনেত্ৰী আলিয়া ভাট, পৰিচালক ৱচন বালা ৷ এসময়ত নিজাকৈ এখন চলচিত্ৰ নিৰ্মাণৰ লক্ষ্যও আছে৷ আন্তৰিকতাৰে অভিনন্দন জনালোঁ। ধৃতিমান কাকতি গ্ৰন্থ প্ৰেমী তথা লেখক অলকানন্দ কাকতি আৰু লেখিকা
অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি মুঠ ৩৬ দিন অসম চৰকাৰৰ অধিনষ্ঠ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু মেজিষ্ট্ৰেৰিয়েল ক’ৰ্ট বন্ধ থাকিব। ইয়াৰোপৰি মুঠ দুটা দিন অৰ্ধ ছুটি হিচাপে ঘোষণা কৰিছে। ১৫, ১৬ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰীত বাথৌ পূজা, নেতাজীৰ জন্মদিন,
চৈয়দ মুস্তাক আলী টুৰ্নামেণ্টৰ ছেমি ফাইনেলত অসম। কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত পৰাস্ত কৰে অসমে। প্ৰথমে বেটিং কৰি কেৰালাই সংগ্ৰহ কৰিছিল ১৫৮ ৰান। অসমে ১৭ অভাৰত ৪ উইকেট হেৰুৱাই উপনীত হয় লক্ষ্যত। অসমৰ হৈ সুমিত ঘড়ীগাৱকাৰে কৰে সৰ্বাধিক ৭৫ ৰান। আকাশ সেনগুপ্তাই ২৯ ৰানত দখল কৰে ৩টা উইকেট।