৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা গল্ডেন গাৰ্ল আস্থা চৌধুৰীয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক, বিক্ৰম চেঙমাই ৰূপ পদকৰে উজ্জ্বলিল অসম গোৱাত অনুষ্ঠিত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিন। আজি অনুষ্ঠানত হোৱা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ উদীয়মান সন্তৰণবিদ আস্থা চৌধুৰীয়ে ২০০ মিটাৰ মহিলাৰ বাটাৰ ফ্লাইত ২:২৯:১৯ ছেকেণ্ডত
Author: GTM Desk
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ স্থিতি গ্ৰহন কৰাৰ মাজতে চাপৰমুখ তিনিআলিত ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন । লগতে আটক কৰা হয় দুই মহিলাক। ধৃত মহিলা দুগৰাকীৰ পৰা তিনিটা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইন জব্দ কৰা হয় । আটকাধীন মহিলা দুগৰাকী হ’ল নাম আবিদা বেগম আৰু মাৰ্জিনা বেগম ৷ উল্লেখ্য যে, ধৃত
মহানগৰীত গুৱাহাটী আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ সমীপত আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। বুধবাৰে নিশা প্ৰায় তিনিবজাত বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে ৩০টা কৰেক্সৰ বটল জব্দ লগতে সৰবৰাহৰ লগত জড়িত চাৰিজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয়। আনহাতে এই অভিযানত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ কৰা এখন বাহনো জব্দ কৰে আৰক্ষীয়ে।
ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিকক ৬০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে ৷ বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ২৯ নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত বাণীকান্ত কাকতী বঁটা দিয়াৰ
বিটিআৰ প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা বিটিআৰৰ শিক্ষা বিভাগক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৱ বুলি সভাই সমিতিয়ে ফুঁলজাৰি মাৰি ভাষণ দি আহিছে যদিও প্ৰকৃতাৰ্থত বিটিচিৰ শিক্ষা বিভাগটোৰ কি অৱস্থাত আছে সেয়া হয়তো আপুনি দেখি হতভম্ভ হৈ পৰিব ৷ হয় ,আমি আজি চৰজমিন অনুসন্ধানত বিটিচিৰ শিক্ষা