আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠান–প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ মহানগৰীৰ কামাখ্যা গেটস্থিত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰতো আৰম্ভ হৈছে পূজা–অৰ্চনা। পুৱাৰে পৰা গুৱাহাটীৰ লগতে অন্য বিভিন্ন
Author: GTM Desk
🔴এটা ম’বাইলৰ বাবেই হাহাকাৰ এটা পৰিয়ালত🔴৪ দিনে সন্ধানহীন গোলাঘাটৰ এজন যুৱক🔴কমাৰবন্ধা নামচনিয়া গাঁৱৰ যুৱকজন কল্পজ্যোতি বৰা🔴জিতেন বৰা আৰু ৰীতা বৰাৰ পুত্ৰ কল্পজ্যোতি🔴ম’বাইলত গেম খেলিবলৈ নোপোৱাৰ বাবে এই কাণ্ড
🔴নগাঁৱৰ কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ১২টা চাবোনৰ বাকচৰ পৰা জব্দ প্ৰায় ৪৭৯ গ্ৰাম হেৰ’ইন 🔴আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী 🔴কচুৱাৰ সোনাৰুগুৰিৰ পৰা আটক মহিলাগৰাকীক 🔴মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
-ডিব্ৰুগড় বকুলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনাৰ মাৰ নৌযাওঁতেই আন এক ঘটনা সংঘটিত হৈছে বকুল বাইপাছতে। -চলন্ত গাড়ীৰ পৰা পত্নীক ঠেলা মাৰি হত্যা চেষ্টা স্বামীৰ। -ডিব্ৰুগড় বকুলৰ পৰা গুৱাহাটী অভিমূখে বাহনত গৈ থকা অৱস্থাতে পাখণ্ড স্বামী কৃষ্ণ কান্ত নাথে চলন্ত গাড়ীৰ পৰা গটিয়ালে পত্নী বৈশালী বৈশ্যক। -তাৰ পাছতে বাহনখন দুর্ঘটনা ৰূপ দিয়ে
অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ২০২৩ ত বৃহৎ জয় ভাৰতৰ। ভাৰতীয় বলাৰে দমনীয় প্ৰদৰ্শন কৰে ফাইনেলত। ১০ উইকেটত শ্ৰীলংকাক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে। আজিৰ খেলত শ্ৰীলংকাৰ প্ৰদৰ্শন অতি শোচনীয় আছিল। ১৫.2 অভাৰত ৫০ ৰাণ কৰি ইনিংছ সামৰিছিল শ্ৰীলংকাই। তাৰপাছতে ভাৰতীয় দলটোৱে এটা উইকেট নেহেৰুৱাকৈ