Author: GTM Desk

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

এইবাৰ সূৰ্যৰ অধ্যয়নৰ বাবে সাজু হৈছে । সম্ভৱতঃ ২ ছেপ্টেম্বৰৰ পৰা ইছৰোৰ সূৰ্য অধ্যয়ন আৰম্ভ হ’ব । সূৰ্য অধ্যয়ন কৰিব ইছৰোৰ আদিত্য-এল ১ মহাকাশযানে । আদিত্য-এল ১ মহাকাশযান বিশেষভাৱে নিৰ্মাণ কৰা হৈছে যিয়ে ১.৫ মিলিয়ন দূৰৈত থকা সূৰ্যত ছোলাৰ কৰোনো আৰু ইন ছিটু পৰীক্ষা কৰিবলৈ সক্ষম হ’ব ।বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ

অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট!

অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট!

অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট! এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ। ৰাজ্যৰ স্বাস্থ্য বিভাগলৈও জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে এই ৰাসায়নিক পদাৰ্থই কেন্সাৰ আৰু হৃদৰোগৰ সৃষ্টি কৰে। লক্ষণীয়ভাৱে ৰাজ্যত

অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা

ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত এই নিৰ্দেশনা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ। ইপিনে ফেৰী সেৱা বন্ধ হোৱাত মাজুলী-নিমাতীঘাটৰ যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইয়াৰ পূৰ্বেও ঘাট দুটাৰ মাজত ফেৰী সেৱা বন্ধ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন

নিশা নগ্ন হৈ শুলে আপোনাৰো হ’ব পাৰে এই লাভালাভ; জানি লওক এতিয়াই

নিশা নগ্ন হৈ শুলে আপোনাৰো হ’ব পাৰে এই লাভালাভ; জানি লওক এতিয়াই

Naked Sleeping বা কাপোৰ অবিহনে শুলে আপোনাক বিভিন্ন ধৰণৰ স্বাস্থ্যৰ লাভালাভ দিব পাৰে। ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক তথ্য নাই, কিন্তু বিভিন্ন অধ্যয়নে কয় যে Naked Sleeping বিভিন্ন ধৰণে সহায়ক হ’ব পাৰে। ই পুৰুষ আৰু মহিলা দুয়োৰে বাবে লাভজনক। কাপোৰ পৰিধান নকৰাকৈ শুলে সোনকালে আপোনাৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস হয়, যাৰ দ্বাৰা

যৌনশক্তি বৃদ্ধি কৰে ঢেকীয়া শাকে; আৰু কি কি আছে উপকাৰিতা…

যৌনশক্তি বৃদ্ধি কৰে ঢেকীয়া শাকে; আৰু কি কি আছে উপকাৰিতা…

ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে। ঢেকীয়াত থাকে প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদি। আহক জানো