এইবাৰ হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও৷ ৰাজস্থানৰ জয়পুৰত এগৰাকী IPS বিষয়াক এগৰাকী মহিলা চিকিৎসকে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি ব্লেকমেইল কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মহিলাগৰাকীয়ে বিষয়াগৰাকীক পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি তেওঁক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে অন্যথা তেওঁক ৫০ লাখ টকা দিবলৈ ব্লেকমেইল কৰে
Author: GTM Desk
ইণ্ডিগোৰ এখন বিমানে নাগপুৰ বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷ বিমানখনত থকা এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনতি ঘটাৰ ফলত বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে ৷ জানিব পৰা মতে বিমান যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বিমানৰ ভিতৰতে অধিক জটিলতাই দেখা দিয়ে । মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা বিমানখনৰ যাত্ৰীগৰাকীয়ে তেজ বমি কৰিবলৈ আৰম্ভ কৰাৰ পিচত
🔴অহা ৩০ আগষ্টত মুকলি হ’ব মালিগাঁৱৰ উৰণ সেঁতু 🔴টুইটযোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
🔸পুনৰ বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 🔸৪ দিনীয়া ভ্ৰমণসূচীৰে নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা, গ্ৰীছলৈ ৰাওনা 🔸জোহান্সবাৰ্গত ১৫সংখ্যক BRICS সন্মিলনত অংশ ল’ব মোদীয়ে 🔸আজিৰে পৰা ২৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব সন্মিলন
🔴কৰিমগঞ্জত ডেৰ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ 🔴নিচাজাতীয় টেবলেটসহ জয়নাল হক আৰু জামাল উদ্দিন নামৰ এজনক আটক 🔴দুটা পৃথক অভিযানত সৰ্বমুঠ ৩০ হাজাৰ য়াবা টেবলেট জব্দ