Author: Desk Editor

Tigress, Two Cubs Found Dead

Tigress, Two Cubs Found Dead

Two tiger cubs and a tigress were found dead on Monday morning near the Tadoba Tiger Reserve in Maharashtra around 150 km from Nagpur. Officials informed that the animals were found dead near a lake in Metepara jungle of the district, adjacent to the Tadoba Tiger Reserve. The dead cubs

জুৰীয়াত আন্তৰ্জাতিক ড্ৰাগছ বিৰুধি দিৱস পালন ৷

জুৰীয়াত আন্তৰ্জাতিক ড্ৰাগছ বিৰুধি দিৱস পালন ৷

জুৰীয়াত আন্তৰ্জাতিক ড্ৰাগছ বিৰুধি দিৱস পালন ৷ জুৰীয়া থানা আৰু গাওঁৰক্ষী বাহিনীৰ উদ্যোগত পালন কৰা হয় ড্ৰাগছ বিৰোধী অভিযান ৷ জুৰীয়া থানাৰ পৰা জুৰীয়া বজাৰলৈকে উলিওৱা হয় এই সমদল ৷ সমদলত অংশগ্ৰহণ কৰে কেইবা শতাধিক ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যই ৷ #juria #nagaon জুৰীয়াৰ পৰা পদুম ভূঞা ৷

জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী।

জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী।

জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী। ধিংবৰী চাপৰিৰ পৰা যোৱা সোমবাৰে আটক কৰিছিল ইজাজুল ইছলাম ওৰফে ইজু নামৰ ডকাইতটোক জুৰীয়া বগৰীগুৰিত এগৰাকী মহিলাক কিছুদিনৰ পূৰ্বে শুৱাপাটিতে গুলীয়াই হত্যা কৰিছিল ধৃত ডকাইতটোৱে। ডকাইতটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আজি ধিংবৰী চাপৰিৰ পৰা সজীৱ গুলী সমূহ উদ্ধাৰ কৰে। #juria